• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিকিৎসকৰ গাফিলতিত কোভিড আক্ৰান্ত ৰোগীৰ মৃত্যু, নয়ডাৰ পাঁচ জন চিকিৎসকৰ বিৰুদ্ধে গোচৰ ৰুজু

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 21, 2022 8:00 pm
Covid-death

প্ৰতিনিধিত্বমূলক ছবি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিড পৰিস্থিতিৰ বৰ্তমান শাম কাটিছে যদিও কোভিডত হোৱা মৃত্যুৰ প্ৰভাৱ এতিয়াও বহু পৰিয়ালত আছে। শেহতীয়াকৈ চিকিৎসাত গাফিলতিৰ এজন কোভিড আক্ৰান্ত এজন ২০ বছৰীয়া ৰোগীৰ মৃত্যুৰ বিষয়টোৱে চৰ্চা লাভ কৰিছে। চিখিৎসকৰ গাফিলতিৰ বাবেই ৰোগীজনৰ মৃত্যু হোৱা বুলি অভিযোগ উঠাৰ বাবেই নয়ডাৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ পাঁচজন চিকিৎসকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

২০২১ চনত কোভিড মহামাৰীৰ দ্বিতীয় ঢৌৰ সময়ত ৰোগী জনৰ মৃত্যু হৈছিল বুলি অভিযোগ কৰা হৈছে। ২০ বছৰ বয়সৰ ৰোগীজনৰ পৰিয়ালে দাবী কৰিছিল যে তেওঁক চিকিৎসকৰ প্ৰেছক্ৰিপশ্বনৰ ভিত্তিত ৰেমডেচিভিৰ ক্ৰয় কৰা স্বত্বেও চিকিৎসালয়ত সময়মতে সেই বেজী দিয়া নাছিল।

Apply Now

পাঁচ জন চিকিৎসকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছতে ভাৰতীয় দণ্ডবিধি ধাৰা ৩০৪ ক (অৱহেলাৰ ফলত মৃত্যু ঘটা)ৰ অধীনত আৰক্ষী থানাত চিকিৎসককেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। গৌতম বুদ্ধ নগৰৰ উপ মুখ্য চিকিৎসা বিষয়া ডাঃ টিকাম সিঙে গাজিয়াবাদস্থিত পৰিয়ালটোৰ অভিযোগবোৰ সঁচা বুলি তদন্ত সমিতিৰ প্ৰতিবেদন দিয়াৰ পিছতে চিকিৎসক কেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।।

ব্যক্তিগত চিকিৎসালয় যথৰ্থ চিকিৎসালয়ৰ পৰিচালন সঞ্চালক কপিল ত্যাগীয়ে দাবী কৰিছে যে অভিযোগবোৰ মিছা আছিল। তেওঁ কয় ’ৰোগীজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ অনা হৈছিল। মই বিশ্বাস কৰোঁ যে যদি আধা ঘণ্টাও পলম হ’লহেঁতেন, ৰোগীজন জীয়াই নাথাকিলহেঁতেন।

কিন্তু ইয়াত তেওঁৰ অৱস্থা উন্নত হ’বলৈ আৰম্ভ কৰে আৰু প্ৰায় ৩৫ দিনৰ পিছত পৰিয়ালটোৱে তেওঁক দিল্লীৰ আন এখন চিকিৎসালয়লৈ লৈ যায়’। তেওঁ কয় যে চিকিৎসালয়ৰ চিকিৎসকৰ দলটোৱে প্ৰত্যাহ্বানৰ সাতে কোভিডৰ বিৰুদ্ধে যুঁজ দিছিল। পৰিয়ালটোৱে সময়মতে ৰেমডেচিভিৰ বেজী নিদিয়াৰ অভিযোগৰ প্ৰসংগত তেওঁ কয় যে একাধিক গৱেষণা প্ৰতিবেদনে কৈছে যে কৰোনা ভাইৰাছৰ চিকিৎসাত ৰেমডেচিভিৰৰ কোনো প্ৰভাৱ নাই।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd