• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু; এইবাৰ টাৰচেম মিট্টালৰ বিৰুদ্ধেও দাখিল এজাহাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 26, 2025 7:39 am
84
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ অতি আপোন মৰমৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ ৰাইজৰ শোক আৰু ক্ষোভ অব্যাহত আছে। তাৰমাজতে জুবিন ফেন ক্লাবৰ এগৰাকী সদস্যই এইবাৰ টাৰচেম মিট্টালৰ বিৰুদ্ধে শিৱসাগৰত এজাহাৰ দাখিল কৰিছে। জুবিনৰ হৃষীকেশ দুৱৰাই শিৱসাগৰ থানাত টাৰচেম আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

শিৱসাগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ লিখা এখন পত্ৰত তেওঁ উল্লেখ কৰে যে- বিনীত সন্মান সহকাৰে আপোনাক জনাও যে, যোৱা ১৯ ছেপ্তেম্বৰৰ দিনা এক ৰহস্যজনক পৰিস্থিতিত ৰাজ্যৰ এজন বিশিষ্ট সংগীত শিল্পী জুবিন গাৰ্গৰ মৃত্যু হয়। এই ঘটনাই সমগ্র অসমতে ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই ঘটনাৰ আঁৰৰ ৰহস্য উদঘাটনৰ দায়িত্ব ৰাজ্য চৰকাৰে ইতিমধ্যে চিআইডিক দিছে। জুবিন গাৰ্গৰ মৃত্যুৰ পাছত তেওঁৰ সৃষ্টিৰাজিৰ ৰয়েলটিৰ ধনৰ অংশৰ ভাগ-বটোৱাৰাক লৈ সংবাদ মাধ্যম, সামাজিক মাধ্যমত বিভিন্ন আলোচনা চলিছে।

Apply Now

বিশেষকৈ, এই ধনৰ এক শকত অংশ জুবিন গাৰ্গৰ এসময়ৰ মেনেজাৰ টাৰচেম মিট্টাল  আৰু ছিংগাপুৰৰ উক্ত ঘটনাত উপস্থিত থকা বৰ্তমানৰ মেনেজাৰ সিদ্ধার্থ শৰ্মা নামৰ ব্যক্তি গৰাকীয়েও লাভ কৰিব বুলি চর্চা চলিছে। টাৰচেম মিট্টাল জুবিন-মৃত্যু ঘটনাৰ এজন অন্যতম অভিযুক্ত সিদ্ধার্থ শৰ্মাৰ অতিকে ঘনিষ্ঠ ব্যক্তি।

সিদ্ধার্থ শৰ্মাক টাৰচেম মিট্টালেই জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে ঠিক কৰি দিছিল। তেনে প্রেক্ষাপটত জুবিন গাৰ্গৰ ৰহস্য জনক মৃত্যুৰ ঘটনাৰ আঁৰত টাৰচেম মিট্টালৰ হাত নাইবুলি একেষাৰে কৈ দিব নোৱাৰি। ধনৰ লালসাৰ বাবে জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হ’ল বুলি আমি সন্দেহ প্রকাশ কৰিছো আৰু টাৰচেম মিট্টালক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছোঁ।

আমি ভাবোঁ, টাৰচেম মিট্টালক গ্ৰেপ্তাৰ কৰি সঠিকভাবে জেৰা কৰিলে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ আঁৰৰ কাহিনী পোহৰলৈ আহিব। টাৰচেম মিট্টালক তদন্তৰ আওতালৈ নানিলে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ আঁৰৰ কাৰণ আঁৰতেই থাকি যাব আৰু দোষীও সাৰি যাব।

 গতিকে জুবিন গাৰ্গক ন্যায় দিয়া আৰু সমস্ত ঘটনাৰ আঁৰৰ ৰহস্য ফাদিল কৰাৰ স্বাৰ্থত টাৰচেম মিট্টালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি টাৰচেম মিট্টালক অনতি বিলম্বে গ্ৰেপ্তাৰ কৰিবলৈ অনুৰোধ কৰি এই এজাহাৰ দাখিল কৰিলোঁ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd