• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুম্বাইত নিশা কোভিড হাস্পতালত বিধ্বংসী অগ্নিকাণ্ড : ৮ ক’ৰ’ণাক্ৰান্তৰ মৃত্যু, ৭০ গৰাকী ৰোগীক স্থানান্তৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 26, 2021 12:33 pm
Mumbai-Fire-4
243
VIEWS
Share on FacebookShare on Twitter

এক বিধ্বংসী আগ্নিকাণ্ড সংঘটিত হৈছে মুম্বাইৰ এখন কোডিড হাস্পতালত।

মুম্বাইৰ পশ্চিম ভাণ্ডুপ অঞ্চলস্থিত ড্ৰীমছ মলৰ চানৰাইজ নামৰ কোভিড হাস্পতালখনত নিশা মান বজাত ১২.৩০ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে।

অগ্নিকাণ্ডটোত এই প্ৰতিবেদন প্ৰস্তুত কৰি থকালৈকে চিকিৎসাধীন হৈ থকা ১০ গৰাকী ক’ৰ’ণাক্ৰান্তৰ ৰোগীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

অৱ্শ্যে ইয়াৰে দুগৰাকী লোক কোভিডত মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে হাস্পতালৰ কৰ্তৃপক্ষই।

আনহাতে অগ্নিকাণ্ডটোত লগতে ৭০ জনৰো অধিক ৰোগীৰ হাস্পতালখনৰ পৰা উদ্ধাৰ কৰা হৈছে।

ইয়াৰে ৩০ গৰাকী ৰোগীক মুলুন্দ জাম্ব’ কোভিড চেণ্টাৰলৈ স্থানান্তৰ কৰা হৈছে। বাকী ৰোগীসকলক মুম্বাইৰে অন্যান্য হাস্পতালসমূহলৈ স্থানান্তৰ কৰা হৈছে।

হাস্পতালৰ কৰ্তপক্ষ জনোৱা অনুসৰি প্ৰথম মহলাত সূত্ৰপাত ঘটা জুই শীৰ্ষ মহলাৰকৈ বিয়পি পৰে। যাৰ ফলত সমগ্ৰ হাস্পতালখন ভস্মীভূত হৈছে।

১৪ খনৰো অধিক অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আৰু ১০ খন পানী টেংকাৰ অগ্নিকাণ্ডৰ নিয়ন্ত্ৰণৰ বাবে নিয়োজিত কৰা হয়।

উল্লেখ্য যে মহাৰাষ্ট্ৰত ক্ষীপ্ৰ গতিত কোভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়তে এই অগ্নিকাণ্ডৰ সংঘটিত হৈছে।

ইফালে মুম্বাইত বৃহস্পতিবাৰে ৫,৫০৪ গৰাকী লোক কোবিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ১৪ গৰাকী আক্ৰান্তৰ মৃত্যু হৈছে।

Tags: COVID-19

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd