• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পুৰীৰ মন্দিৰৰ ধ্বজাত জুই ! অশনি সংকেত আখ্যা ভক্ত সকলৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 22, 2020 7:15 pm

1 min read

Puri Temple
218.5k
VIEWS
Share on FacebookShare on Twitter

কালি সন্ধিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ক লৈ হৈ চৈৰ সৃষ্টি হৈছে।

ভিডিঅ’টোত পুৰীৰ মূল মন্দিৰৰ ওপৰত লগোৱা ধৰ্মধ্বজাত জুই লগা দেখা গৈছে।

এই কাৰ্য্যক অশনি সংকেত হিচাপে গ্ৰহণ কৰিছে সাধাৰণ মানুহসকলে।

ইণ্টাৰনেট ব্যৱহাৰকাৰী সকলৰ অধিকাংশ লোকে কৈছে যে এয়া অমংগলৰ লক্ষণ।

আনহাতে, মন্দিৰৰ ধৰ্মধ্বজত কিদৰে জুই লাগিল সেই সম্বন্ধে আৰু ভিডিঅ’টোৰ সত্যতা সন্দৰ্ভতো এতিয়ালৈ বিতংকৈ জানিব পৰা হোৱা নায়।

তথাপি মন্দিৰত ধৰ্মধ্বজা লগোৱাৰ সময়তে কোনো কাৰণত ধৰ্মধ্বজাত জুই লাগে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

অৱশ্যে ভিডিঅ’টোত মন্দিৰৰ কোনোধৰণৰ ক্ষতি হোৱা নায়।

উল্লেখযোগ্য যে, পুৰীৰ মন্দিৰত প্ৰতিদিনে এগৰাকী পুৰোহিতে চূড়ালৈ গৈ ধৰ্মধ্বজা উত্তোলন কৰে।

সুউচ্চ মন্দিৰৰ চূড়াৰ শীৰ্ষত ধৰ্মধ্বজা উত্তোলন কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা নহয় আৰু এনেদৰে বছৰ বছৰ ধৰি চলি আছে।

সেইমৰ্মে পুৰীৰ মন্দিৰৰ ধৰ্মধ্বজাত জুই লগা কাৰ্য্যক সকলোৱে অশনি সংকেতৰ দৃষ্টিৰে চাইছে।

Recent News

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

নতুন বৰ্ষত কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে বিভিন্ন স্থানৰ পৰ্যটকে

নতুন বৰ্ষত কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে বিভিন্ন স্থানৰ পৰ্যটকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd