• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নদীৰ মাজত দাউ দাউকৈ জ্বলিল যাত্ৰীবাহী ফেৰী, ১০ খন বাহন ধ্বংস, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 8, 2021 5:41 pm
bhola-f
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নদীৰ মাজতে চলন্ত অৱস্থাত থকা এখন ফেৰী দাউ দাউকৈ জ্বলি উঠিল।

অৱশ্যে সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোকৰ মৃত্যু ঘটাৰ বাতৰি পোৱা হোৱা নাই।

Apply Now

ফেৰী খনত জুই লগাৰ ফলত ফেৰী খনত কঢ়িয়ীই অনা ১০ খন বাহন সম্পূৰ্ণ ৰূপে জ্বলি ভষ্মীভূত হয়।

এই ভয়ংকৰ ঘটনাটো ঘটিছে বাংলাদেশত। বাংলাদেশৰ মেঘনা নৈত দেশ খনৰ ৰাজধানী চহৰ ঢাকাৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ নিলগত সংঘটিত হৈছে এই ঘটনাটো।

দেশখনৰ দক্ষিণ অঞ্চলৰ ভোলা জিলাৰ পৰা লক্ষীপুৰ জিলালৈ যাত্ৰা কৰাৰ সময়তে এই অঘটনটো ঘটে।

ভোলা জিলাৰ ইলিশা ফেৰী ঘাটৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ লগতে স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা মতে বুধবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত ফেৰী খনত জুই লাগে।

‘কলমিলতা’ নামৰ ফেৰী খনত ১৫ খন গাড়ী আছিল বুলি জানিব পৰা গৈছে।

ফেৰী খনে কঢ়িয়াই নিয়া এখন মালবাহী ট্ৰাকত জুই লগাৰ পিছতে জুই ফেৰী খনৰ আন প্ৰান্তলৈ বিয়পি পৰে।

লগে লগে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হয় আৰু ‘কিষাণী’ নামৰ আন এখন ফেৰীৰে অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীয়ে উক্ত স্থানলৈ গৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।ফলত জীৱন ৰক্ষা পৰে ফেৰী খনত থকা যাত্ৰীসকলৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেডিকেল ডিগ্ৰী লৈ গাঁৱত চিকিৎসা কৰাটো বাধ্যতামূলক? দেশত অভিন্ন নিয়মৰ পক্ষত উচ্চতম ন্যায়ালয়

মেডিকেল ডিগ্ৰী লৈ গাঁৱত চিকিৎসা কৰাটো বাধ্যতামূলক? দেশত অভিন্ন নিয়মৰ পক্ষত উচ্চতম ন্যায়ালয়

August 8, 2026 7:50 am
ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

August 7, 2026 9:59 pm
উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

August 7, 2026 9:05 pm
মোদী নিৰুদ্দেশ! ক’ত হেৰাল দেশৰ চৌকিদাৰগৰাকী?

মোদী নিৰুদ্দেশ! ক’ত হেৰাল দেশৰ চৌকিদাৰগৰাকী?

August 7, 2026 8:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেডিকেল ডিগ্ৰী লৈ গাঁৱত চিকিৎসা কৰাটো বাধ্যতামূলক? দেশত অভিন্ন নিয়মৰ পক্ষত উচ্চতম ন্যায়ালয়

মেডিকেল ডিগ্ৰী লৈ গাঁৱত চিকিৎসা কৰাটো বাধ্যতামূলক? দেশত অভিন্ন নিয়মৰ পক্ষত উচ্চতম ন্যায়ালয়

August 8, 2026 7:50 am
ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

August 7, 2026 9:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd