• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জাগুনত ভাৰতীয় সেনা আৰু এন এছ চি এন (কে)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , February 1, 2020 6:36 pm

1 min read

জাগুনত ভাৰতীয় সেনা আৰু এন এছ চি এন (কে)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

NSCN (K) কেডাৰ। অৰুণাচল প্ৰদেশৰ অজ্ঞাত স্থান। ফটে নৰ্খ-ইষ্ট নাও

3.5k
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুনস্থিত ৱাৰা মুংকাম বস্তিৰ সমীপত সেনা আৰু নগা উগ্ৰপন্থী এন এছ চি এন (কে)ৰ কেডাৰৰ মাজত গুলীয়াগুলী বাতৰি পোৱা গৈছে৷

আজি দুপৰীয়া ভাগত ভাৰতীয় সেনাৰ ৯ নং ৰাজপুত ৰাইফলছ’ আৰু এন এছ চি এন (কে) কেডাৰৰ মাজত সংঘটিত হয় এই গুলীয়াগুলীৰ ঘটনা।

বাতৰি প্ৰেৰণ কৰা সময়লৈকে কোনো পক্ষৰ হতাহতিৰ খবৰ নিশ্চিত হোৱা নাই যদিও এক সূত্ৰত দাবী কৰা অনুসৰি ভাৰতীয় সেনাৰ তিনিজন জোৱনাৰ সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয়। প্ৰাপ্ত খবৰ অনুসৰি সেনাৰ নিয়মীয়া তহলদাৰী দলৰ লগত এন এছ চি এন (কে) কেডাৰৰ মুখামুখি হোৱাৰ ফলত সংঘৰ্ষৰ সূত্ৰপাত হয় বুলি সূত্ৰত প্ৰকাশ।

ভাৰতীয় সেনা-আৰক্ষীৰ শীৰ্ষ বিষয়াৰ এটা বৃহৎ দল ঘটনাস্থলীলৈ ৰাওনা হৈছে বুলি জানিব পৰা গৈছে। প্ৰথমাৱস্থাত উগ্ৰপন্থীৰ দলটোক আলফা (স্বা)ৰ সদস্য বুলি সন্দেহ কৰা হৈছিল।

দীৰ্ঘদিন ধৰি উগ্ৰপন্থী দলসমূহে অসম-অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া এই অঞ্চলসমূহত কুচকাৱাজ অব্যাহত ৰখাৰ ফলত প্ৰায়ে কূটাঘাতমূলক ঘটনা সংঘটিত হৈ আহিছে ফলত অঞ্চলটোৰ স্থানীয় ৰাইজ শংকাত জীৱন নিৰ্বাহ কৰিবলগা হৈছে।

Recent News

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

950658-740749-amou-haji

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd