• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মালিকৰ নামো শ্যাম, গুলীত নিহত কৰ্মচাৰীৰ নামো শ্যাম; আততায়ীৰ টাৰ্গেটক লৈ বিমোৰত আৰক্ষী

শান্তনু শইকীয়া by শান্তনু শইকীয়া
September 16, 2019 6:31 pm
ShotDead_gun-570x320

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছেপ্টেম্বৰৰ মহানগৰীৰ কুমাৰপাৰাৰ শ্যাম ৰড নামৰ হাৰ্ডৱেৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ গুলীচালনাৰ ঘটনাটোত অচিনাক্ত দুৰ্বৃত্তৰ টাৰ্গেট প্ৰকৃততে কোন আছিল সেইটো এতিয়াও স্পষ্ট হোৱা নাই। নামৰ সাদৃশ্যৰ বাবেই অনুমান কৰাত আৰক্ষী অসুবিধাত পৰিছে।

আবেলি ৪.৪৫ বজাত সংঘটিত ঘটনাটোত নিহত গাণনিকজন আৰু মালিক, উভয়ৰে নাম শ্যাম শৰ্মা আছিল আৰু আততায়ীয়ে গুলীওৱাৰ পূৰ্বে “শ্যাম কোন” বুলি প্ৰশ্ন কৰিছিল।

Apply Now

আততায়ীকেইজনে এটা বেগ লৈ ঘৰটোৰ প্ৰথম মহলাত থকা ব্যৱসায়ীজনৰ কাৰ্যালয়টোত প্ৰৱেশ কৰিছিল। সোমাই যাওঁতেই চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনে ছেণ্ডেল খুলি সোমাবলৈ কৈছিল আৰু সেইমৰ্মেই ছেণ্ডেল খুলি সোমাইছিল দুৰ্বৃত্ত তিনিজন।

কৰ্মচাৰীজনে তেওঁলোকক কিয় আহিছে বুলি হিন্দীতে সোধে।

হিন্দীতে উত্তৰ দি দলটোৱে কয়, “কুচ চামান লেনা হ্যে”।

তাৰ পিছত হিন্দীতে “শ্যামজী কৌন হ্যে” বুলি প্ৰশ্ন কৰে।

তেতিয়া দোকানৰ ভিতৰৰ পৰা ওলাই আহি গাণনিক শ্যাম শৰ্মাই নিজকে শ্যাম বুলি পৰিচয় দিয়ে। লগে লগে দুৰ্বৃত্তকেইজনে গুলীয়ায় আৰু মটৰ চাইকেলত উঠি পলায়ন কৰে। ঘটনাটোৰ সময়ত মালিক শ্যাম শৰ্মা দোকানত নাছিল। কিন্তু মালিক প্ৰায়ে তেনেকুৱা সময়তে দোকানলৈ আহে।

লগতে পঢ়ক মহানগৰীত গুলিচালনাৰ ঘটনা : গুৰুতৰভাৱে আহত ব্যৱসায় প্ৰতিষ্ঠানৰ কৰ্মচাৰী

”চুপাৰি কিলাৰ” ব্যৱহাৰ হোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰা এই হত্যাকাণ্ড সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত আজি এই বিৱৰণ কামৰূপ মহানগৰৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ।

তেওঁ ঘটনাটো ডকাইতিৰ নহয় বুলি স্পষ্ট কৰি দি অপৰাধীয়ে মাৰিম বুলিয়ে টাৰ্গেট লৈ আহিছিল বুলি মন্তব্য কৰে।

এতিয়ালৈকে ঘটনা সন্দৰ্ভত ১৩ /১৪জনক আটক কৰা হৈছে আৰু ভৰলু আৰক্ষী থানাত জেৰা চলাই থকা হৈছে, জনালে দীপক কুমাৰে।

প্ৰত্যক্ষদৰ্শী সহকাৰী কৰ্মচাৰীজনৰ মতে দুৰ্বৃত্ত তিনিজন আছিল আৰু তেওঁলোকৰ হিন্দীৰ উচ্চাৰণ উত্তৰ-প্ৰদেশ, বিহাৰৰ লোকৰ দৰে।

আততায়ীকেইজনে যাওঁতে এটা ক’লা বেগ এৰি গৈছে, য’ত আৰক্ষীয়ে এডাল নাৰিকলৰ ৰছী আৰু এখন ডেগাৰ পাইছে। খটখটীৰে ওপৰলৈ উঠি যোৱা স্থানত এখন ছুৰিও উদ্ধাৰ হৈছে।

চি আই ডিয়ে এইবোৰত থকা আঙুলিৰ ছাপ ইতিমধ্যে সংগ্ৰহ কৰিছে।

ঘটনাটোৰ সময়ত শ্যামৰ সহকাৰীজনে চিঞৰ-বাখৰ কৰিছিল যদিও তেওঁৰ মূৰলৈও মাৰণাস্ত্ৰ টোঁৱায় আৰু মনে মনে থাকিবলৈ নিৰ্দেশ দিয়ে।

ঘটনাটোত হস্তনিৰ্মিত পিষ্টল ব্যৱহাৰ হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে তদন্তকাৰী আৰক্ষীয়ে। ঘটনাস্থলীত আৰক্ষীয়ে কোনো কাৰ্টিজ পোৱা নাই।

গুলীচালনাত ডিঙিৰ তলত আঘাতপ্ৰাপ্ত শ্যাম শৰ্মাক ততাতৈয়াকৈ প্ৰথমে মাৰোৱাৰী মেটাৰ্নিটি হস্পিটেললৈ লৈ যোৱা হৈছিল। পিছত তেওঁক উন্নত চিকিৎসাৰ বাবে জি এন আৰ চিত ভৰ্তি কৰোৱা হৈছিল যদিও নাবাচিল।

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm
আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd