• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্বত প্ৰথম! ব্ৰিটেইনত ৩ জন লোকৰ ডিএনএৰ পৰা জন্ম হ’ল শিশুৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 12, 2023 3:09 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিজন লোকৰ ডিএনএ ব্যৱহাৰ কৰি সন্তান জন্ম দিয়া বিশ্বৰ প্ৰথমখন দেশ হ’ল ব্ৰিটেইন। সাধাৰণতে শিশুৰ ডি এন এৰ বেছিভাগেই পিতৃ-মাতৃৰ পৰা আহে। কিন্তু এই শিশুটিৰ ক্ষেত্ৰত মুঠ ডি এন এৰ প্ৰায় ০.১ শতাংশ তৃতীয়গৰাকী দাতা মহিলাৰ পৰা আহিছিল।

বাতৰি অনুসৰি, এই পদ্ধতিৰে ভয়ংকৰ মাইট’কণ্ড্ৰিয়াল ৰোগত আক্ৰান্ত শিশুৰ জন্ম ৰোধ কৰা হৈছে। এনেধৰণে কমেও পাঁচটা কেঁচুৱা জন্ম হৈছে।

লগতে পঢ়ক: টুইটাৰৰ বাবে নতুন চিইঅ’ বিচাৰি পালে ইলন মাক্সে! ৬ সপ্তাহৰ ভিতৰতে দায়িত্ব ল’ব নতুনগৰাকীয়ে

Apply Now

ব্ৰিটেইনত পিতৃ-মাতৃৰ বাহিৰে আন তৃতীয় ব্যক্তিৰ পৰা সুস্থ ডি এন এ ব্যৱহাৰৰ অনুমতি দিয়া হয় যাতে সন্তান জন্মগতভাৱে জিনগত ৰোগত আক্ৰান্ত হোৱাত বাধা দিব পাৰি। ২০১৮ চনত ব্ৰিটেইনৰ ফাৰ্টিলাইজেশ্যন এণ্ড এমব্ৰিয়োলজি অথৰিটি (HFEA) যৌথভাৱে এই সিদ্ধান্ত অনুমোদন কৰিছিল।

নিউকেষ্টল ফাৰ্টিলিটি চেণ্টাৰৰ চিকিৎসকে এই পদ্ধতিৰ কাম অব্যাহত ৰাখিছে। মাইট’কণ্ড্ৰিয়াল ৰোগ বংশগত। এই ৰোগে জন্মৰ কেইঘণ্টা বা দিনটোৰ ভিতৰতে শিশুৰ মৃত্যু ঘটাব পাৰে।

কেইবাটাও পৰিয়ালত এই ৰোগত আক্ৰান্ত হৈ এটাতকৈ অধিক শিশুৰ মৃত্যু হৈছে। সেয়ে, এই পদ্ধতিটোক পৰিয়ালত সুস্থ সন্তান জন্ম দিয়াৰ একমাত্ৰ উপায় হিচাপে দেখা গৈছে। শৰীৰৰ প্ৰায় প্ৰতিটো কোষৰ ভিতৰত ক্ষুদ্ৰ ক্ষুদ্ৰ মাইট’কণ্ড্ৰিয়া পোৱা যায়। ইহঁতে (মাইট’কণ্ড্ৰিয়া) খাদ্যৰ পৰা শক্তি উৎপাদনত সহায় কৰে।

লগতে পঢ়ক: ডিব্ৰুগড় আদালতে আজি ঘোষণা কৰিব চাঞ্চল্যকৰ ধৰ্ষণ-হত্যাৰ গোচৰৰ ৰায়দান

ত্ৰুটিপূৰ্ণ মাইট’কণ্ড্ৰিয়াই খাদ্যক শক্তিলৈ ৰূপান্তৰিত কৰিব নোৱাৰে। ইয়াৰ ফলত মগজুৰ ক্ষতি, পেশীৰ অপচয়, হৃদযন্ত্ৰৰ বিকলতা আনকি অন্ধতাও হ’ব পাৰে। শিশুৱে মাকৰ ডি এন এৰ পৰাহে ত্ৰুটিপূৰ্ণ মাইট’কণ্ড্ৰিয়া লাভ কৰে।

এই কাৰণেই মাইট’কণ্ড্ৰিয়াল দান চিকিৎসা হৈছে এক প্ৰকাৰৰ আইভিএফ যিয়ে সুস্থ দাতাৰ ডিম্বানুৰ পৰা মাইট’কণ্ড্ৰিয়া ব্যৱহাৰ কৰে।

লগতে পঢ়ক: মণিপুৰত উগ্ৰপন্থীয়ে হত্যা কৰিলে আৰক্ষী কমাণ্ডোক; অপহৰণ তিনিজন মেইটেইক

মাইট’কণ্ড্ৰিয়াল দানৰ দুটা পদ্ধতি আছে। এটা পদ্ধতি হ’ল মাতৃৰ ডিম্বানু নিষিক্ত কৰাৰ পিছত পিতৃৰ শুক্ৰাণু দান কৰা আৰু দ্বিতীয় পদ্ধতিত গৰ্ভধাৰণৰ পূৰ্বে দান কৰা। এই পদ্ধতি প্ৰয়োগ কৰিলে কিছুমান দুৰাৰোগ্য বংশগত ৰোগ প্ৰতিৰোধ কৰা সম্ভৱ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd