• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যত খাৰুৱা তেলৰ ভাণ্ডাৰ শুকাইছে; প্ৰথমবাৰৰ বাবে এন আৰ এলে আমদানি কৰিলে খাৰুৱা তেল

খাৰুৱা তেল ৰপ্তানিৰ বাবে স্থাপিত গুৱাহাটী-বাৰাউনী পাইপলাইনেৰে এতিয়া হয় আমদানি

ঋতুপল্লৱ শইকীয়া by ঋতুপল্লৱ শইকীয়া
August 4, 2019 9:44 pm
Vessel with imported crude oil

প্ৰথমটো খেপৰ তেল অনা মালয়েছিয়াৰ জাহাজখনৰ সন্মুখত বিষয়ববীয়াসকল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নুমলীগড় শোধনাগাৰে ইয়াৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বাহিৰৰ দেশৰ পৰা খাৰুৱা তেল আমদানি কৰে।

মালয়েছিয়াৰ পেট্ৰ’নাছৰ পৰা জাহাজেৰে পশ্চিম বংগৰ হালদীয়া বন্দৰলৈ আৰু তাৰ পৰা ৰে’লেৰে এই প্ৰথম খেপৰ আমদানিকৃত খাৰুৱা তেলখিনি অনা হৈছে। তেলৰ পৰিমাণ প্ৰায় ২,৭৬০ মেট্ৰিকটন।

Apply Now

নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই জনোৱামতে, মালয়েছিয়াৰ এই মিৰি (Miri) খনিজ তেলত অসমৰ তেলৰ দৰেই ছালফাৰৰ পৰিমাণ কম, যাৰ বাবে ইয়াক মিঠা খনিজ তেল বুলিও কোৱা হয়।

শোধনাগাৰ কৰ্তৃপক্ষই এক বিজ্ঞপ্তিযোগে জানিবলৈ দিয়ামতে, ঘাইকৈ উজনি অসমৰ পৰা শোধনাগাৰটোৱে ইয়াৰ প্ৰয়োজনীয় খনিজ তেল সংগ্ৰহ কৰি আহিছিল যদিও অসমৰ লগতে সমগ্ৰ উত্তৰ-পূবত খনিজ তেলৰ ভাণ্ডাৰ শুকাই আহিছে।

ভৱিষ্যতে বাহিৰৰ তেলেৰে শোধনাগাৰটো চলিব লগীয়া হ’ব বুলি কৰ্তৃপক্ষই জনায়।

পৰ্য্যাপ্ত খাৰুৱা তেল নথকা বাবে বৰ্তমান শোধনাগাৰটোৰ শোধন ক্ষমতা 3 MMTPA সম্পূৰ্ণকৈ ব্যৱহৃত হোৱা নাই। আনহাতে ইয়াৰ শোধন ক্ষমতা অদূৰ ভৱিষ্যতে 9 MMTPA-লৈ বৃদ্ধি কৰাৰ পৰিকল্পনা হাতত লৈছে শোধনাগাৰ কৰ্তৃপক্ষই। এনে পৰিস্থিতিত খাৰুৱা তেলৰ চাহিদা বৃদ্ধি হ’ব।

উল্লেখযোগ্য যে অঞ্চলটোৰ পৰা খাৰুৱা তেল ৰপ্তানি কৰিবলৈ গুৱাহাটী-বাৰাউনী পাইপলাইনটো স্থাপন কৰা হৈছিল আৰু ৰপ্তানি কৰাও হৈছিল। কিন্তু বৰ্তমান খাৰুৱা তেলৰ ভাণ্ডাৰ হ্ৰাস পাই অহা বাবে ইয়াৰ ৰপ্তানি বন্ধ হৈছে আৰু একেই পাইপলাইনেৰে এতিয়া আমদানিহে কৰা হয়, বিজ্ঞপ্তিটোত এইদৰে কোৱা হৈছে।

মালয়েছিয়াৰ পৰা অহা প্ৰথমটো খেপৰ আমদানিকৃত খাৰুৱা তেলখিনিৰ কনছাইনমেণ্টটো হালদীয়া বন্দৰত শোধনাগাৰৰ পৰিচালন সঞ্চালক এছ কে বৰুৱাই আনুষ্ঠানিকভাৱে চমজি লয়।

উত্তৰ-পূৰ্বাঞ্চলত থকা চাৰিটা শোধনাগাৰৰ বৰ্তমান মুঠ শোধন ক্ষমতা 7 MMTPA।

ঋতুপল্লৱ শইকীয়া

ঋতুপল্লৱ শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

June 26, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd