• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অসমত ক’ৰ’নাত আক্ৰান্ত প্ৰথমগৰাকী লোকৰ মৃত্যু

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 10, 2020 11:55 am

2 min read

corona1_pti

প্রতিনিধিত্বমূলক চিত্র

10k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’নাত মৃত্যু হোৱা প্ৰথমটো ঘটনা সংঘটিত হৈছে অসমত। ৰাজ্যখনৰ ২৮ নম্বৰ COVID-19 পজিটিভ ৰোগীজনৰ নিশা প্ৰায় ২ মান বজাত মৃত্যু হয়।

মহামাৰী ভাইৰাছবিধত আক্ৰান্ত হাইলাকান্দিৰ এই লোকজন শিলচৰ মেডিকেল কলেজ হাস্পতালত মৃত্যুবৰণ কৰে।

নিশাই এই কথা টুইটাৰযোগে জনাইছে স্বাস্থ্য মন্ত্ৰী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

With utmost Grief and sorrow,I would like to inform that Sri Faijul Haque Barbhyan,(65)Hailakandi District has expired few minutes back in SMCH due to complication of COVID19 https://t.co/MoRWPP4Bml deep condolences and prayers for the bereaved family

— Himanta Biswa Sarma (@himantabiswa) April 9, 2020

লোকজনৰ শেহতীয়া অৱস্থা সংকটজনক বুলি বৃহস্পতিবাৰে বিয়লি টুইটাৰযোগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছিল।

উল্লেখযোগ্য যে অসমত যোৱা মঙলবাৰে হাইলাকান্দিৰ এই COVID-19 পজিটিভ ব্যক্তিজনক চিনাক্ত কৰা হৈছিল।

হাইলাকান্দিৰ উক্ত লোকজনে শেহতীয়াকৈ ছৌদি আৰৱ ভ্ৰমণ কৰি আহিছিল।

ইফালে বৃহস্পতিবাৰে ধুবুৰীৰ এজন লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছ ধৰা পৰে। COVID-19 পজিটিভ এই ৰোগীজনৰ সৈতে অসমত এই পৰ্যন্ত মুঠ কৰ’না ভাইৰাছ আক্ৰান্ত ৰোগীৰ সংখ্যা ২৯ জনলৈ বৃদ্ধি পালে। আৰু ইয়াৰে এজনৰ মৃত্যু হয়।

অসমত চিনাক্ত হোৱা ২৯ গৰাকী COVID-19 আক্ৰান্তৰ ২৮ গৰাকীৰেই দিল্লীৰ নিজামুদ্দিনৰ জামাতৰ সৈতে সম্পৰ্ক আছিল।

Tags: COVID-19

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd