DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰশাসনৰ উপস্থিতিত জানাজা সম্পন্ন অসমৰ প্ৰথমজন ক’ভিড-১৯ত মৃত্যু হোৱা ব্যক্তিৰ  

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 10, 2020 8:04 pm
COVID19: We can overcome – students should give priority to their mental health

প্ৰতিনিধিত্বমূলক ফটো

598
VIEWS
Share on FacebookShare on Twitter

ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা অসমৰ প্ৰথমজন ব্যক্তিৰ জানাজা প্ৰশাসনৰ উপস্থিতিত শুকুৰবাৰে সম্পন্ন হৈছে।

যোৱা মঙলবাৰে ক’ভিড-১৯ পজিটিভৰূপে চিনাক্ত হোৱা ব্যক্তিজন সংকটজনক অৱস্থাত শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত চিকিৎসাধীন হৈ আছিল।

হাইলাকান্দি জিলা উপায়ুক্তৰ উপস্থিতিত ক’ভিড-১৯ৰ ক্ষেত্ৰত ল’ব লগা সকলো সাৱধানতা অৱলম্বন কৰি তেওঁৰ জানাজা সম্পন্ন কৰা হয়।

প্ৰশাসনে ব্যক্তিজনৰ শেষকৃত্যত ১০জন ব্যক্তিক উপস্থিত থকাৰ অনুমতি প্ৰদান কৰে।

ব্যক্তিজনৰ পৰিয়ালৰ সকলো লোক কুৱাৰেণ্টাইনত থকা বাবে তেওঁলোকক দ্বিতীয় মহলাৰ পৰা তেওঁৰ পাৰ্থিৱ শৰীৰ দৰ্শনৰ অনুমতি দিয়া হয়।

With utmost Grief and sorrow,I would like to inform that Sri Faijul Haque Barbhyan,(65)Hailakandi District has expired few minutes back in SMCH due to complication of COVID19 https://t.co/MoRWPP4Bml deep condolences and prayers for the bereaved family

— Himanta Biswa Sarma (@himantabiswa) April 9, 2020

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তথ্য সদৰী কৰি চৰকাৰৰ তৰফৰ পৰা ব্যক্তিজনৰ আত্মাৰ সদগতি কামনা কৰে আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

মৃত্যু হোৱা লোকজনক বাদ দি অসমত এতিয়ালৈকে ২৮জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা মতে চিকিৎসাধীন বাকীসকল ব্যক্তিৰ স্বাস্থ্যৰ অৱস্থা ভাল।

শেহতীয়া পৰীক্ষাত ক’ভিড-১৯ পজিটিভ পাঁচজন ৰোগীৰ নমুনা নিগেটিভ দেখা গৈছে।

নিগেটিভ ফলাফল দেখুৱালেও তেওঁলোকক ভৰ্তি কৰাৰ দিনৰ পৰা ১৪দিনলৈকে চিকিৎসালয়ত ৰখা হ’ব।

Tags: COVID19

Recent News

bride refuses to marry 'bald' groom

বিবাহথলীত অঘটন! খুলি পৰিল দৰাৰ উইগ: মিথ্যাচাৰিতাৰ দোহাই দি বিবাহত অমান্তি কইনাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

Lizard in cold drink in McDonald’s outlet

শীতল পানীয়ৰ গিলাচত ওলাল জেঠী: পৌৰ নিগমে ছীল কৰিলে বিলাসী মেকড’নাল্ডছৰ বিপনী

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd