• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছেৰাম ইনষ্টিটিউটৰ পৰা দিল্লী আহি পালে কোভিড ভেকচিনৰ প্ৰথমখন বিমান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 12, 2021 12:36 pm

1 min read

covidshield-1610426579-715x375
178
VIEWS
Share on FacebookShare on Twitter

অহা ১৬ জানুৱাৰিৰ পৰা দেশজুৰি কোভিডৰ টীকাকৰণ আৰম্ভ হ’ব। প্ৰথম পৰ্যায়ত প্ৰায় ৩কোটি লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হ’ব।

সেয়েহে, দেশৰ বিভিন্ন চহৰলৈ কৰ’নাৰ ভেকচিনৰ ড’জ প্ৰেৰণ কৰাৰ কাম আৰম্ভ কৰা হৈছে। সোমবাৰৰ পৰাই ভেকচিনৰ সৰবৰাহৰ কাম আৰম্ভ হৈছে।

পুনেৰ ছেৰাম ইনষ্টিটিউটৰ পৰা ট্ৰাক আৰু বিমানেৰ জৰিয়তে বিশেষ ফ্ৰীজাৰত কোভিশ্বিল্ড ভেকচিনৰ ড’জসমূহ প্ৰেৰণ কৰা হৈছে।

মঙলবাৰে পুৱাই ভেকচিনৰ তিনিটা কনটেইনাৰ বিমানবন্দৰত ট্ৰাকেৰে পঠোৱা হয়। এই ট্ৰাকসমূহত ৩ ডিগ্ৰী তাপমাত্ৰাত ভেকচিন পুনে বিমানবন্দৰলৈ স্থানান্তৰিত কৰা হয়।

ইয়াৰ পৰাই মুঠ ৮খন বিমানৰ জৰিয়তে ভেকচিন ১৩টা পৃথক স্থানলৈ লৈ যোৱা হ’ব।

প্ৰথমখন বিমান মঙলবাৰে পুৱা ৮.১১বজাত দিল্লী বিমানবন্দৰলৈ বুলি যাত্ৰা কৰে আৰু ১০.১৫বজাত আহি দিল্লীত উপস্থিত হয়। এই ভেকচিন দিল্লীৰ পৰা বিভিন্ন স্থানলৈ প্ৰেৰণ কৰা হ’ব।

উল্লেখ্য যে প্ৰথম পৰ্যায়ত ভাৰত চৰকাৰে ছেৰাম ইনষ্টিটিউটক ১কোটি ১১লাখ ড’জৰ অৰ্ডাৰ দিছে। ইয়াৰ সৰবৰাহ সোমবাৰৰ পৰা আৰম্ভ হৈছে।

ভেকচিন কঢ়িয়াই অনা কনটেইনাৰসমূহ কঠোৰ আৰক্ষী নিৰাপত্তাৰ মাজেৰে ছেৰাম ইনষ্টিটিউটৰ পৰা যাত্ৰা কৰিছে।

বাতৰি অনুসৰি, এই কামত জিপিএছৰ সুবিধাকে ধৰি মুঠ ৩০০খন কনটেইনাৰ ট্ৰাক ব্যৱহাৰ কৰা হৈছে লগতে প্ৰয়োজনত আৰু ৫০০ ট্ৰাক ব্যৱহাৰ কৰা হ’ব।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd