DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোৱালপাৰাত পুখুৰীৰ বোকাত আৱদ্ধ পাঁচটাকৈ বন্য হস্তী

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 2, 2021 3:02 pm
147
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰাত পাঁচটাকৈ বন্যহস্তী পুখুৰীৰ বোকাত আৱদ্ধ হৈ পৰাৰ ঘটনাই প্ৰকৃতিপ্ৰেমীসকল উদ্বিগ্ন কৰি তুলিছে।

জানিব পৰা মতে গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ সমীপৱৰ্তী চৈবাৰী অঞ্চলত বন্য হস্তীৰ এটা দলে বিচৰণ কৰি থকাৰ সময়তে পাঁচটা হাতী বোকাৰে পৰিপূৰ্ণ পুখুৰীটোত পৰি যায় ।

বোকাত আৱদ্ধ হৈ পৰা হাতী কেইটাৰ ভিতৰত এটা পোৱালি হাতীও আছে। বন বিভাগৰ এগৰাকী কৰ্মীয়ে প্ৰকাশ কৰা মতে বন বিভাগৰ দলটোৱে হাতী কেইটা বোকাৰ মাজৰ পৰা উদ্ধাৰ কৰিবলৈ দুখনকৈ জেচিবি ব্যৱহাৰ কৰিছে।

স্থানীয় ৰাইজে প্ৰকাশ কৰা মতে হাতীৰ দলটোৱে খাদ্যৰ সন্ধানত মেঘালয়ৰ পাহাৰৰ পৰা সমতললৈ নামি আহিছিল। সেই সময়তে এই দুৰ্ঘটনাটো ঘটে। বাতৰি যুগুত কৰা পৰলৈকে বন বিভাগৰ লোকে বোকাত আৱদ্ধ হৈ পৰা হাতী কেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ পথত।

এই বিষয়ে স্থানীয় ৰাইজে বন বিভাগক অৱগত কৰাৰ পিছতে বনকৰ্মীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ বোকাত আৱদ্ধ হৈ পৰা হাতী কেইটাক উদ্ধাৰৰ চেষ্টা চলায়।

উল্লেখ্য মঙলবাৰে নিশাও কামৰূপ মেট্ৰ’ জিলাৰ ক্ষেত্ৰীত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত দুটা বনৰীয়া হাতীৰ মৃত্যু হৈছিল।
ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত দুৰুং মইনাজান অঞ্চলত এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়।

খাদ্যৰ সন্ধানত বনৰীয়া হাতী কেইটাই ৰেলপথ পাৰ হ’বলৈ চেষ্টা কৰোঁতেই ৰে’লখনে হাতী দুটাক মহতিয়াই নিয়ে।

স্থানীয় লোকে জনোৱা মতে, মঙলবাৰে নিশা প্ৰায় ১০ বজাত এই ঘটনা সংঘটিত হয়।

স্থানীয় লোকে লগতে কয় যে, হাতীৰ এটা জাকে নিয়মীয়াকৈ খাদ্য বিচাৰি অঞ্চলটোত বিচৰণ কৰিছিল।

Recent News

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Sivasagar

শিৱসাগৰ কোঁৱৰপুৰত অঘটন : চোকা অস্ত্ৰৰে এজন যুৱকে হত্যা কৰিলে দুটাকৈ গোধন

Himanta Biswa Sharma

ৰাজ্যসভাৰ সাংসদ হৈয়ো মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হ’ল পবিত্ৰ মাৰ্ঘেৰিটা

Blood donation

Benifits of Blood Donation: ৰক্তদান সকলোৱে কৰে, নহয় জানো? ৰক্তদান কিয় কৰিব লাগে জানেনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd