DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, March 26, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজনিশা হাস্পাতালত অগ্নিকাণ্ড! দুজন চিকিৎসককে ধৰি পাঁচজনৰ মৃত্যু

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 28, 2023 10:34 am
113
VIEWS
Share on FacebookShare on Twitter

মাজনিশা চিকিৎসালয়ত সংঘটিত এক অগ্নিকাণ্ডত কমেও পাঁচজন লোকৰ মৃত্যু হৈছে। বাতৰি অনুসৰি নিহত সকলৰ ভিতৰত দুজন চিকিৎসকো আছে। শুকুৰবাৰে নিশা ৰাঁচীৰ পৰা প্ৰায় ১৭০ কিলোমিটাৰ দূৰত ধানবাদৰ বেংক মোৰ অঞ্চলৰ এখন ব্যক্তিগত চিকিৎসালয়ত সংঘটিত হয় এই ঘটনা।

সূত্ৰসমূহে জানিবলৈ দিয়া অনুসৰি, মৃতসকলৰ ভিতৰত আছে চিকিৎসালয়খনৰ মালিক তথা চিকিৎসক বিকাশ হাজৰা, তেওঁৰ পত্নী ডাঃ প্ৰেমা হাজৰা আৰু পৰিচাৰিকা তাৰা দেৱী।

ইয়াৰ উপৰিও, সোহান খানাৰী নামৰ আন এজন ব্যক্তিৰ মৃতদেহ চিনাক্ত কৰা হৈছে। সকলো মিলি চিকিৎসক দম্পতীসহ পাঁচজন লোকৰ মৃত্যু হৈছে।

বাতৰি অনুসৰি এটা পোহনীয়া কুকুৰো অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰিছে। অগ্নিকাণ্ডৰ ঘটনাটোত আন কেইবাজনো লোক আহত হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি, জুইলগাৰ পিছত শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ বাবে এই মৃত্যুৰ ঘটনা ঘটিছে।

আৰক্ষীয়ে জনায় যে  শুকুৰবাৰে নিশা চিকিৎসালয়খনত জুই লাগিছিল। ঝাৰখণ্ড আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ কেইবা ঘণ্টাৰ প্ৰচেষ্টাৰ পিছত জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়।

Recent News

ৰাছিয়াই বেলাৰুছত মোতায়েন কৰিব কৌশলগত পাৰমাণৱিক অস্ত্ৰ; ঘোষণা পুটিনৰ

ৰাছিয়াই বেলাৰুছত মোতায়েন কৰিব কৌশলগত পাৰমাণৱিক অস্ত্ৰ; ঘোষণা পুটিনৰ

সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ: আজি অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল

সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ: আজি অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল

Mississippi

প্ৰকৃতিৰ ৰোষত মিচিচিপি: ধুমুহা-বজ্ৰপাতে প্ৰাণ ল’লে ২৩ গৰাকীৰ, আহত কেইবাগৰাকীও

Saweety Boora Women's World Boxing Championship

বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ স্বৰ্ণিল দৌৰ: নিতুৰ পিছতে এইবাৰ ছ’ইটীৰ শিৰতো স্বৰ্ণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd