• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৰ্মান্তিক! ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৫জনকৈ MBBSৰ ছাত্ৰই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 3, 2024 12:09 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে নিশা কেৰালাৰ আলাপ্পুঝা জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৫জন এম বি বি এছৰ ছাত্ৰই প্ৰাণ হেৰুৱাইছে। নিশা প্ৰায় ৯ বজাত এখন চেভ্ৰলেট টাভেৰা গাড়ীত ৭ গৰাকী ছাত্ৰ তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা। তেওঁলোকৰ বাহনখনে এখন কেৰেলা ৰাজ্যিক পথ পৰিবহণ নিগমৰ যাত্ৰীবাহী বাছত সৈতে খুন্দা মাৰে।

দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে গাড়ীখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে। সেই ঘটনাস্থলীৰ দৃশ্যত দেখা গৈছে যে গাড়ীখনৰ খিৰিকীবোৰ ভাঙি চূৰ্ণ-বিচূৰ্ণ হৈছে আৰু বাছখনৰ সন্মুখভাগ ক্ষতিগ্ৰস্ত হৈছে।

Apply Now

ঘটনাত নিহত হোৱা ছাত্ৰৰ ভিতৰত আছে মহম্মদ, মুহাছিন, ইব্ৰাহীম, দেৱানন্দ আৰু শ্ৰীদীপ। আৰক্ষীৰ মতে, পাঁচজনৰ ভিতৰত তিনিজনৰ থিতাতে মৃত্যু হয়। আন দুজনৰ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয়।

লগতে পঢ়কঃ বিয়াত বহিবলৈ সাজু পি ভি সিন্ধু, কাৰ ডিঙিত মালা পিন্ধাব অলিম্পিক পদক বিজয়ী শ্বাটলাৰগৰাকীয়ে?

দুৰ্ঘটনাত আহত দুগৰাকী ছাত্ৰ বৰ্তমান আলাপ্পুঝা চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। ইফালে যাত্ৰীবাহী বাছখনত থকা চাৰিজন লোক সামান্যভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁলোকৰ অৱস্থা সুস্থিৰ।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, চেভ্ৰলেট টাভেৰা গাড়ীখনে আন এখন বাহন অভাৰটেক কৰিবলৈ চেষ্টা কৰিছিল। সেই সময়ত হঠাতে ব্ৰেক মৰাত গাড়ীখন স্কিড কৰি বাছখনত খুন্দা মাৰে। সংঘৰ্ষৰ ফলত গাড়ীখন সম্পূৰ্ণৰূপে বিধ্বস্ত হয়।

জৰুৰীকালীন সেৱাৰ কৰ্মীসকলে গাড়ীখনৰ ধ্বংসাৱশেষৰ মাজৰ পৰা মৃতদেহকেইটা উদ্ধাৰ কৰে। আৰক্ষীৰ তথ্য অনুসৰি নিহত আটাইকেইজন ছাত্ৰ- আলাপ্পুজাৰ বান্দনাম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰ।

লগতে পঢ়কঃ হিন্দু নিৰ্যাতনৰ প্ৰতিবাদ, ত্ৰিপুৰাৰ বাংলাদেশৰ দূতাবাসত আক্ৰমণ! ঢাকাৰ ক্ষোভ, গৰিহনা দিল্লীৰ

এই মৰ্মান্তিক দুৰ্ঘটনাত সমগ্ৰ অঞ্চল স্তম্ভিত হৈ পৰে। দ্ৰুত গতিত গাড়ী চলোৱাৰ বিপদৰ বিষয়ে সকীয়াই দিছে বিশেষজ্ঞসকলে। এই দুৰ্ঘটনাটোৱে আকৌ এবাৰ সোঁৱৰাই দিছে পথত সাৱধান হোৱাৰ প্ৰয়োজনীয়তা। জীৱন ৰক্ষাৰ বাবে দায়িত্বশীলভাৱে গাড়ী চলোৱা আৰু যান-বাহনৰ নিয়ম পালন কৰাটো অতি প্ৰয়োজনীয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd