• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিন্দু নিৰ্যাতনৰ প্ৰতিবাদ, ত্ৰিপুৰাৰ বাংলাদেশৰ দূতাবাসত আক্ৰমণ! ঢাকাৰ ক্ষোভ, গৰিহনা দিল্লীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 3, 2024 10:08 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত হোৱা নিৰ্যাতনৰ প্ৰতিবাদ কৰিবলৈ গৈ ত্ৰিপুৰাত বাংলাদেশৰ দূতাবাসত আক্ৰমণ! সোমবাৰে আগৰতলাত ত্ৰিপুৰেশ্বৰী সনাতন মন্ত্ৰ আৰু হিন্দু সংঘৰ্ষ সমিতি নামৰ দুটা হিন্দুত্ববাদী সংগঠনে বাংলাদেশৰ বিষয়টোক লৈ ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। অভিযোগ অনুসৰি প্ৰতিবাদৰ সময়ত আগৰতলাত থকা বাংলাদেশৰ দূতাবাসত আক্ৰমণ কৰা হয়।

সোমবাৰে পুৱা ত্ৰিপুৰেশ্বৰী সনাতন মন্ত্ৰ আৰু হিন্দু সংঘৰ্ষ সমিতি নামৰ দুটা সংগঠনে দীৰ্ঘসময় ধৰি বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰে। সুদীৰ্ঘ সময় ধৰি এই অৱৰোধ চলিছিল। অৱশেষত আৰক্ষীয়ে গৈ অৱৰোধ মুকলি কৰে। অভিযোগ অনুসৰি তাত বাংলাদেশৰ পতাকা জ্বলাই দিয়া হৈছিল।

Apply Now

দৰাচলতে বাংলাদেশত ভাৰতীয় বাছত আক্ৰমণ কৰাৰ পিছতে সমগ্ৰ ত্ৰিপুৰাত এই ক্ষোভ বিয়পি পৰে। ৰাজ্যখনৰ ব্যক্তিগত চিকিৎসালয়সমূহে বাংলাদেশীক চিকিৎসা নকৰাৰ সিদ্ধান্ত লৈছে। একেদৰে হোটেলসমূহেও কোনো বাংলাদেশীক আশ্ৰয় নিদিয়ে বুলি কৈছে। মুখ্যমন্ত্রী ড০ মাণিক সাহাই কয় যে পৰিস্থিতি নিৰীক্ষণ কৰা হৈছে৷ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব।

দূতাবাসৰ ওপৰত কৰা এই আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে ঢাকাই। বাংলাদেশৰ তৰফৰ পৰা এক বিবৃতিত কোৱা হৈছে, ‘’আগৰতলাত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত চৌহদত হিন্দু সংঘৰ্ষ সমিতিৰ এক বৃহৎ প্ৰতিবাদকাৰীৰ দলে কৰা হিংসাত্মক প্ৰতিবাদ আৰু আক্ৰমণত বাংলাদেশ চৰকাৰ গভীৰভাৱে ক্ষুব্ধ। পৰিস্থিতিৰ পৰিৱৰ্তনে প্ৰমাণ কৰে যে প্ৰতিবাদকাৰীসকলক বাংলাদেশ সহকাৰী উচ্চায়ুক্তৰ মূল গেট ভাঙি চৌহদ আক্ৰমণ কৰিবলৈ পদ্ধতিগতভাৱে অনুমতি দিয়া হৈছিল। চৌহদত পহৰা দিয়াৰ দায়িত্বত থকা স্থানীয় আৰক্ষী জোৱানসকল আৰম্ভণিৰে পৰা নিষ্ক্ৰিয় হৈ আছিল।”

নতুন দিল্লীয়েও এই ঘটনাক গৰিহণা দিয়ে। দিল্লীৰ বিবৃতিত কোৱা হৈছে যে ‘কূটনৈতিক আৰু কনছুলাৰ বিষয়ক সম্পত্তি কোনো কাৰণতে লক্ষ্য কৰি লোৱা উচিত নহয়।‘ বিবৃতিটোত এই স্পষ্ট বাৰ্তা দিয়া হৈছে। দিল্লীত থকা বাংলাদেশ উচ্চায়ুক্তৰ কাৰ্যালয় আৰু দেশৰ বিভিন্ন প্ৰান্তত অৱস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ত নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd