• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কঠোৰ এন আৰ চি কৰ্তৃপক্ষ : শুনানিত গাফিলতিৰ বাবে পাঁচগৰাকী বিষয়াক নিলম্বন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 6, 2019 8:15 am

2 min read

এন-আৰ-চি-1024x512

প্ৰতিনিধিত্বমূলক ফটো

3.2k
VIEWS
Share on FacebookShare on Twitter

চূড়ান্ত এন আৰ চি প্ৰকাশৰ দিন কাষ চাপি অহাৰ সময়তে দাবী আৰু নিষ্পত্তি প্ৰক্ৰিয়াৰ বাবে নিষ্পত্তিকাৰী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা পাঁচগৰাকী বিষয়াক কৰ্তব্যত গাফিলতি কৰাৰ বাবে নিলম্বনৰ নিৰ্দেশ দিয়া হৈছে।

এন আৰ চিৰ উন্নীতকৰণ প্ৰক্ৰিয়াৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ প্ৰতিবেদনৰ ভিত্তিত গৃহ বিভাগে এই নিৰ্দেশ দিয়ে।

জানিব পৰা মতে উক্ত বিষয়াকেইজনে তেওঁলোকৰ ওপৰত ন্যস্ত কৰা দায়িত্ব পালনত গাফিলতি কৰাৰ অভিযোগত কৈফিয়ৎ তলব কৰা হৈছিল আৰু তাৰ ভিত্তিতে সমন্বয়ক হাজেলাই তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে গৃহ বিভাগক প্ৰতিবেদন দাখিল কৰিছিল।

হাজেলাৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি গৃহ বিভাগে তাৎক্ষণিকভাৱে বিষয়া কেইজনক নিলম্বিত কৰে আৰু তেওঁলোকৰ বিৰুদ্ধে বিভাগীয়ভাৱে গোচৰ ৰুজু কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহলৈ নিৰ্দেশ দিয়ে।

এন আৰ চিৰ কামত গাফিলতি কৰাৰ বাবে নিলম্বিত বিষয়া কেইজন হৈছে কামৰূপ জিলাৰ পলাশবাৰী নগৰ সমিতিৰ সহকাৰী অভিযন্তা প্ৰফুল্ল কুমাৰ শৰ্মা, হাইলাকান্দিৰ কাটলিচেৰাৰ পশুপালন বিষয়া নীলমণি দেৱগোস্বামী, ধুবুৰা জিলাৰ আগমনিৰ মান সম্প্ৰসাৰণ বিষয়া ব্ৰজেন কুমাৰ ওজা, গড়কাপ্তানি বিভাগৰ অৱৰ সচিব আব্দুল কাদেৰ আহমেদ আৰু পশ্চিম গোৱালপাৰা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ইক্ৰামূল হুছেইন।

উক্ত নিলম্বিত বিষয়াকেইজন এন আৰ চি দাবী-আপত্তি প্ৰক্ৰিয়াৰ শুনানিৰ সৈতে জড়িত আছিল আৰু তেওঁলোকে তেওঁলোকৰ ওপৰত ন্যস্ত দায়িত্ব সম্পন্ন কৰাৰ ক্ষেত্ৰত গাফিলতি দেখুৱাইছিল।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd