• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নাৰী দিৱসত লিংগ বৈষম্য মূলক বাৰ্তা: ক্ষমা খুজিলে ই-কমাৰ্চ এপ ফ্লিপকাৰ্টে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 9, 2022 2:53 pm
Flipkart Apologises For Women's Day Message
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাৰী দিৱস উপলক্ষ্যে ব্যৱহাৰকাৰীক বিশেষ সুবিধা দিবলৈ গৈ বিপদত পৰিছে জনপ্ৰিয় ই-কমাৰ্চ এপ ফ্লিপকাৰ্ট।

নাৰী দিৱসত বিপণন কৌশলেৰে পাকঘৰৰ সঁজুলিৰ প্ৰচাৰ কৰাৰ পিছত ফ্লিপকাৰ্টৰ বিৰুদ্ধে লিংগ বৈষম্যৰ অভিযোগ উত্থাপন হয়।

Apply Now

মঙ্গলবাৰে পালন কৰা আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ফ্লিপকাৰ্টে ব্যৱহাৰকাৰী সকললৈ এটা বাৰ্তা প্ৰেৰণ কৰিছিল।

বাৰ্তাটোত ফ্লিপকাৰ্টে উল্লেখ কৰিছিল, “প্ৰিয় গ্ৰাহকসকল, এই মহিলা দিৱস উদযাপন কৰোঁ আহক। ২৯৯ টকাৰ পৰা পাকঘৰৰ সঁজুলি প্ৰাপ্ত কৰক।”

 

Can you spot the problem here? pic.twitter.com/MVWA8so9p7

— Raj S || রাজ শেখর (@DiscourseDancer) March 8, 2022

ফ্লিপকাৰ্টৰ এই বাৰ্তাটো লাভ কৰাৰ পিছত সামাজিক মাধ্যমত বহু ব্যৱহাৰকাৰীয়ে এই বাৰ্তাটোক লিংগ বৈষম্যৰ সমৰ্থক হিচাপে চিহ্নিত কৰে।

It’s offensive
Why women are being identified with kitchen appliance..only ??
Whole world is ours & certainly kitchen is not our whole world!!
No thanks!!

— Harmeet Kaur (@iamharmeetK) March 8, 2022

বাৰ্তাটোৰ যোগেদি মহিলা সকলক কেৱল পাকঘৰকেন্দ্ৰিক কৰি তোলা হৈছে বুলি সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলে অভিযোগ কৰে।

Celebrating Women’s Day by promoting, perpetuating and celebrating gender roles. If irony had a definition this should be it

— VJ (@VJ290481) March 8, 2022

ফ্লিপকাৰ্টৰ এই বিপণন কৌশলে মহিলাসকলক কেৱল ৰন্ধন আৰু পাকঘৰতে সীমাবদ্ধ কৰি লিংগ বৈষম্যক উচতনি যোগোৱা বুলি সমালোচনা কৰে বিভিন্নজনে।

নাৰী দিৱস কেন্দ্ৰিক এই বাৰ্তাটোৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পিছত ফ্লিপকাৰ্টে এটা টুইট যোগে ক্ষমা বিচাৰে। কোম্পানীটোৱে টুইটাৰত লিখিছে, “আমি ভুল কৰিছিলো আৰু আমি দুঃখিত।”

“আমি কাৰো অনুভূতিক আঘাত কৰিব বিচৰা নাছিলো আৰু পূৰ্বে শ্বেয়াৰ কৰা নাৰী দিৱসৰ বাৰ্তাৰ বাবে ক্ষমা বিচাৰিছো।”— টুইটটোত লগতে যোগ দিয়া হৈছে।

We messed up and we are sorry.
We did not intend to hurt anyone’s sentiments and apologise for the Women’s Day message shared earlier. pic.twitter.com/Gji4WAumQG

— Flipkart (@Flipkart) March 8, 2022

অৱশ্যে কেৱল ফ্লিপকাৰ্টেই নহয়, সামাজিক মাধ্যমত বিভিন্নজনে আন বহু বাণিজ্যিক কোম্পানী তথা এপৰ এনে পৰম্পৰাগত নেতিবাচক লিংগভিত্তিক ধ্যান-ধাৰণাক উদগনি যোগোৱা বাৰ্তাক সমালোচনাৰ লক্ষ্য কৰি লয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

July 4, 2026 1:17 pm
হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

July 4, 2026 12:20 pm
ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am
৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

July 4, 2026 1:17 pm
হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

July 4, 2026 12:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd