• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ অভয়াপুৰীত গুৰুতৰ বান পৰিস্থিতি, পঞ্চাশৰো অধিক গাওঁ প্লাৱিত

Nenow ইয়াছিন আলি
বঙাইগাওঁ , June 27, 2020 9:01 pm

1 min read

Flood situation grim in Assam's Uttar Abhayapuri

উত্তৰ অভয়াপুৰীৰ ছবি।

716
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিত বান পৰিস্থিতিয়ে গুৰুতৰ ৰূপ ধাৰণ কৰিছে।

সমষ্টিটোৰ প্ৰায় পঞ্চাশখনৰো অধিক গাওঁ প্লাৱিত হৈছে।

আই, মানাহ আৰু পোকালাগী নদীৰ পানীয়ে নতুন নতুন অঞ্চল বুৰাই পেলাইছে।

আই নদীৰ বাঢ়নী পানীয়ে কীৰ্ত্তনপাৰা-ডাঙাইগাওঁ সংযোগী ৰাস্তা বুৰাই পেলাইছে।

মানাহ নদীৰ পানীয়ে নাম্বাৰপাৰা-গোলাপাৰা সংযোগী ৰাস্তাৰ কেইবা ঠাইতো ছিঙি পেলাইছে।

একেদৰে পোকালাগী নদীৰ বাঢ়নী পানীয়ে কেইবাঠাইতো মথাউৰি ছিঙিছে।

নাম্বাৰপাৰা হাইস্কুলত থকা কুৱাৰেণ্টিন চেণ্টাৰত পানী সোমাবলৈ লৈছে।

কোকিলাৰ আৰক্ষীয়ে বিভিন্ন ঠাইত গৈ বান পৰিস্থিতিৰ বুজ লৈছে।

গোলাপাৰা পকীদলং, নাম্বাৰপাৰাৰ কেইবাখনো বিদ্যালয়ত আশ্ৰয় শিৱিৰ স্থাপন কৰা হৈছে।

বন্যাৰ্তই কলগছৰ ভেলাত বয়-বস্তুৰ লগতে পোহনীয়া জীৱ-জন্তু লৈ আশ্ৰয় শিবিৰলৈ ঢাপলি মেলিছে।

পকিব ধৰা ইৰি ধান, মৰাপাট, শাক-পাচলিৰ খেতি পানীত ডুব যোৱাত ৰাইজ ব্যাপক ক্ষতিৰ সম্মুখীন হৈছে।

ঘৰুৱা পুখুৰীবোৰৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱাত মাছ-পুঠি ওলাই গৈছে।

বৰ্তমানো নৈসমূহত পানী বাঢ়িয়ে আছে। নিশাটোৰ ভিতৰত বানপানীয়ে অধিক গুৰুতৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে।

Recent News

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd