• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বানত ডুব গৈছে লখিমপুৰৰ ২২ খনকৈ গাঁও, বানত ক্ষতিগ্ৰস্ত ২৩,৫১৬ জন লোক

এন ই নাও নিউজ, লখিমপুৰ by এন ই নাও নিউজ, লখিমপুৰ
June 17, 2023 5:14 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা চাৰিদিন ধৰি হোৱা প্ৰবল বৰষুণে লখিমপুৰ জিলাৰ বান পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে। 

প্ৰশাসনৰ তথ্য অনুসৰি চাৰিটা ৰাজহ চক্ৰৰ অন্তৰ্গত ২২খন গাঁৱৰ ২৩৫১৬ গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। জিলাখনত আটাইতকৈ বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে নৱবৈচা ৰাজহ চক্ৰৰ ১১ খন গাঁও। এই ১১ খন গাঁৱৰ ২২, ৪৬৬ জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে। 

Apply Now

ইয়াৰ ভিতৰত আটাইতকৈ বেছিকৈ ক্ষতিগ্ৰস্ত হোৱা গাঁও কেইখন হৈছে ভৰলুৱা, ১ নং কলহজোৱা, ২ নং কলাখোৱা, হৰিপুৰ, ফুকন দ’লনি, শলমৰীয়া, কোঁৱৰগাঁও, বালিটিকা, দীঘপুখুৰী, বিষ্ণুপুৰ, দৰঙীয়া, বৰশলা, বালিজান, চমুৱা আৰু পুটুকাই। 

উল্লেখ্য যে শলমৰীয়া গাঁৱত শিঙৰা নদীৰ মথাউৰি ভাঙি যোৱাৰ ফলত নদীখনৰ গতিপথ সলনি হৈ নতুন দিশলৈ বৈ গৈছে। যাৰ ফলত সেই অঞ্চলসমূহতো প্ৰচণ্ড বানপানীৰ সৃষ্টি হয়। 

জানিব পৰা মতে, জিলা জলসম্পদ বিভাগে নদীৰ পাৰত বাঁহৰ খুঁটা স্থাপন আৰু নলা কাটি নদীখনৰ গতিপথক মূল প্ৰবাহ পথলৈ ঘূৰাই আনিবলৈ অৰ্হনিশে কাম কৰি আহিছে।

ইফালে গেৰুকামুখস্থিত ৰাষ্ট্ৰীয় জলবিদ্যুৎ নিগমৰ (NHPC) নামনি সোৱণশিৰি জল বৈদ্যুৎ প্ৰকল্প কেন্দ্ৰৰ নিম্ন অঞ্চলত বসবাস কৰা লোকসকলে নদীখনৰ পানীৰ স্তৰ বিপদসীমাৰেখাৰ ওপৰলৈ উঠি অহাত আতংকিত হৈ পৰিছে। 

উল্লেখ্য যে চাৰিদিন পূৰ্বে নেৰানেপেৰা বৰষুণ আৰু বাঢ়ি অহা পানীয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ সুৰক্ষা দেৱাল খহাই পেলাইছে। ফলত গেৰুকামুখৰ শক্তি কেন্দ্ৰৰ আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে যথেষ্ট পৰিমাণৰ ভূমিস্খলনৰ সৃষ্টি হৈছে।

একে সময়তে লখিমপুৰত নেপকোৱে ৰঙানদীৰ পানী এৰি দিয়াৰ ফলত উত্তৰ অসমৰ ভালেমান অঞ্চলত বানপানীৰ সৃষ্টি হৈছে। ফলত লখিমপুৰত ৰঙানদীৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পাই নদীখনৰ দুয়োকাষৰ মথাউৰিৰ সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

এন ই নাও নিউজ, লখিমপুৰ

এন ই নাও নিউজ, লখিমপুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd