DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

ধেমাজিত জটিল বান পৰিস্থিতি, এগৰাকী কিশোৰীৰ মৃত্যু

চলিত বানে জিলাখনৰ ২১৫খন গাঁৱৰ ৯০ হাজাৰতকৈয়ো অধিক লোকক ক্ষতিগ্ৰস্ত কৰিছে

প্ৰফুল্ল কামান by প্ৰফুল্ল কামান
June 28, 2020 10:01 pm
Flood situation remains grim in Dhemaji; one dead

বানত বুৰ যোৱা খেতি।

3k
VIEWS
Share on FacebookShare on Twitter

ধেমাজিত বান পৰিস্থিতি এতিয়াও জটিল হৈয়ে আছে। তিনিটা ৰাজহ চক্ৰত বানে ব্যাপক ক্ষতি কৰিছে।

জীয়াধলৰ বানে ধেমাজি চক্ৰৰ বহু গাওঁ বুৰাই পেলোৱাৰ ফলত ৰাইজৰ বিলাই বিপত্তিৰ সীমা নোহোৱা হৈছে।

জোনাই মহকুমাৰ দক্ষিণ অংশটো একে পৰিস্থিতি বিৰাজ কৰিছে। জোনাই আৰু চিয়াং নৈয়ে সমগ্ৰ অংশটো বুৰাই পেলাইছে।

চলিত বানে জিলাখনৰ ২১৫খন গাঁৱৰ ৯০ হাজাৰতকৈয়ো অধিক লোকক ক্ষতিগ্ৰস্ত কৰিছে।

ইফালে বানপানীত পৰি যোৱা বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ থকা ৰশ্মি দেউৰী (১২) নামৰ কিশোৰীগৰাকীৰ মৃতদেহ আজি পুৱা উদ্ধাৰ হৈছে।

বিজয়পুৰৰ কিশোৰীগৰাকী পৰিয়ালৰ সৈতে নাৱেৰে গৈ থকা অৱস্থাত নাও বাগৰি সন্ধানহীন হৈছিল।

স্থানীয় বিধায়ক ৰণোজ পেগু (ধেমাজি), ভুৱন পেগু (জোনাই)ৰ লগতে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু ৰাজ্যৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বানাক্ৰান্ত অঞ্চললৈ গৈ পৰিস্থিতিৰ বুজ লৈছে।

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd