• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

জোনাইত অধিক শোচনীয় বান পৰিস্থিতি, বিপদসীমাৰ ওপৰত চিয়াং, ব্ৰহ্মপুত্ৰ

প্ৰফুল্ল কামান by প্ৰফুল্ল কামান
July 11, 2020 9:40 pm
Flood situation worsens in Dhemaji's Jonai

আকাশমাৰ্গৰ পৰা লোৱা চলিত বানৰ ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধেমাজি জিলাৰ আটাইতকৈ পূব প্ৰান্তৰ জোনাই মহকুমাত শুকুৰবাৰে বান পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে।

চিয়াং, লালি আৰু ব্ৰহ্মপুত্ৰৰ বানপানীয়ে মহকুমাটোৰ নতুন নতুন অঞ্চল বুৰাই পেলাইছে।

Apply Now

জোনাইৰ চক্ৰ বিষয়া চুমবৰ চুতীয়াই জনোৱা মতে চক্ৰটোৰ ২২৮খন গাঁৱৰ ৮০হাজাৰ লোক চলিত বানত ক্ষতিগ্ৰস্ত হৈছে। এই সংখ্যা কাইলৈলৈ অধিক বৃদ্ধি পাব পাৰে।

খবৰ মতে, বেৰাচাপৰি, বিজয়পুৰ, গালি, বৰং, ৰামধন আৰু মিছামৰাত নৈৰ কোবাল সোঁতে গাঁৱলীয়া পথ আৰু দলং উটুৱাই নিছে।

বাহিৰ-জোনাই অঞ্চলৰ বেৰা বেংগলিত নৈৰ মথাউৰি পানীত বুৰ গৈছে। মথাউৰিটোত আশ্ৰয় লৈ থকা প্ৰায় ১৩০গৰাকী লোকক এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ জোৱানে উদ্ধাৰ কৰিছে।

তাৰোপৰি ৫০০তকৈ অধিক পৰিয়ালে গালি মেচাকিত ওখ ঠাইত আশ্ৰয় লৈ আছে। লামাজানত আশ্ৰয় লৈ আছে ৩০টা পৰিয়ালে।

মহকুমা প্ৰশাসনে বিভিন্ন ঠাইত চাৰিটা আশ্ৰয় শিৱিৰ মুকলি কৰিছে আৰু ১০০টাতকৈ অধিক পৰিয়ালে ইয়াত আশ্ৰয় লৈছে।

জোনাইত উদ্ধাৰ অভিযানত ৰবৰৰ নাৱত এটা ১৭জনীয়া এন ডি আৰ এফ আৰু ১২জনীয়া এছ ডি আৰ এফ বাহিনীক নিয়োগ কৰা হৈছে।

ইয়াৰ উপৰি সাহায্য অভিযানৰ বাবে তিনিখন মেচিন নাও অধিগ্ৰহণ কৰিছে।

পৰিস্থিতিৰ ভয়াৱহতালৈ লক্ষ্য ৰাখি জিলা প্ৰশাসনে জোনাই মহকুমাত উদ্ধাৰ অভিযান চলোৱাৰ বাবে সেনাৰ সহায় বিচাৰি যোগাযোগ কৰিছে।

অঞ্চলটোৰ বতৰ অপৰিৱৰ্তিত হৈ আছে। চিয়াং আৰু ব্ৰহ্মপুত্ৰ নৈ অৰুণাচল প্ৰদেশৰ পাছিঘাট আৰু নামনিৰ চিচিবৰগাঁৱত বিপদসীমাৰ ওপৰেৰে বৈ আছে।

জিলা দুৰ্য্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য মতে ধেমাজি আৰু চিচিবৰগাওঁ ৰাজহ চক্ৰৰ বান পৰিস্থিতি স্থিৰ হৈ আছে। চক্ৰ দুটাত ১২৪খন গাঁৱৰ ৫২হাজাৰ লোক বানত ক্ষতিগ্ৰস্ত হৈছে।

চলিত তৃতীয়টো বানত এতিয়ালৈকে জিলাখনৰ ১.৩ লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে।

প্ৰফুল্ল কামান

প্ৰফুল্ল কামান

Stay Connected

  • 117k Fans

Recent News

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am
সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

July 4, 2026 10:02 am
বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd