DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰথমটো বানে সৰ্বস্বান্ত কৰিলে গোৱালপাৰাৰ কেইবা শতাধিক কৃষকক

নীলমণি শৰ্মা by নীলমণি শৰ্মা
May 27, 2020 7:40 am
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

3.8k
VIEWS
Share on FacebookShare on Twitter

এটাৰ পিছত আন এটা বিপদে লগ নেৰা হে জীৱ শ্ৰেষ্ঠ মানৱক। ক’ৰ’না, ধুমুহাৰ পিছত এইবাৰ বানপানীয়ে সৰ্বস্বান্ত কৰিলে গোৱালপাৰাৰ ৰাইজক।

বিশেষকৈ বানপানীয়ে এইবাৰ জুৰুলা কৰিলে জিলাখনৰ কৃষক ৰাইজক। দুই এঠাইত বানপানী সামান্য পৰিমানে কমিছে যদিও এতিয়াও হাজাৰ হাজাৰ বিঘা খেতি পথাৰ পানীৰ তলত৷

গোৱালপাৰা জিলাৰ ফফংগা গাঁও পঞ্চায়তৰ খলিছামাৰীৰ কৃষকে মূৰে কঁপালে হাত দিবলগীয়া হৈছে। পানীৰ তলত পকা ধানে গজালি মেলিছে।

প্ৰায় নব্বৈ শতাংশ কৃষকে বসবাস কৰা খলিছামাৰীত এই বেলিও কৃষক সকলে ৬/৭ হেজাৰ বিঘা মাটিত বৰোধানৰ খেতি কৰিছিল। ধান পকি পানীৰ তলতে গজালি মেলিছে কিন্তু চপাই অনাৰ কোনো উপায় উলিয়াব পৰা নাই৷

পথাৰৰ পৰা এমুঠিমান ধান ঘৰলৈ আনিব নোৱাৰাত হতাশ হৈ পৰিছে অঞ্চলটোৰ কেইবা শতাধিক কৃষক।

ভৰ বাৰিষাৰ পূৰ্বে অহা প্ৰথমটো বানে বিস্তৰ ক্ষতি কৰা এইসকল কৃষকৰ খবৰ ল’বলৈ জিলা প্ৰশাসন কিম্বা কৃষি বিভাগৰ কোনো লোক অহা পৰিলক্ষিত হোৱা নাই।

ক্ষতিগ্ৰস্ত কৃষকসকলক চৰকাৰ-প্ৰশাসনে সময় মতে সহায় নকৰিলে খেতিয়ক সকলৰ সন্মুখত আত্মহত্যাৰ বাহিৰে আন কোনো পথ নাই বুলি একাংশ কৃষকে মতপোষণ কৰে ৷

Recent News

হাতত মিঠাতেলৰ বটল, সন্মুখত গেছ চিলিণ্ডাৰ লৈ অভিনৱ প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছৰ

হাতত মিঠাতেলৰ বটল, সন্মুখত গেছ চিলিণ্ডাৰ লৈ অভিনৱ প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছৰ

MS Dhoni Birhday

শুভ জন্মদিন কেপ্তেইন কুল

bhagwant mann marriage

জীৱনৰ আন এক ইনিংছ আৰম্ভ কৰিলে ভগৱন্ত মানে: বিয়াত বহিল পঞ্জাৱৰ মুখ্যমন্ত্ৰী

Boris Johnson Resigns

কেলেংকাৰীৰ অভিযোগে কাঢ়িলে চকী: ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্যাগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd