• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মদৰ লগত কেতিয়াও নাখাব এইকেইবিধ খাদ্য, অন্যথা হ’ব পাৰে অত্যধিক অপকাৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 6, 2024 7:25 pm
60
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিকালি সমাজৰ এক বুজন পৰিমাণৰ মানুহে সুৰাপান কৰে। পুৰুষ-মহিলা, ধনী দুখীয়া নিৰ্বিশেষে মনৰ অশান্তি আৰু শৰীৰৰ ভাগৰ দূৰ কৰিবলৈ মদৰ গিলাচত চুমুক দি জীৱনৰ জ্বালা যন্ত্ৰণাৰ পৰা কিছু সময়ৰ বাবে পৰিত্ৰাণ বিচাৰে। মদৰ লগত সকলো মানুহেই ‘চাকনা’ হিচাপে বিভিন্ন খাদ্য ভক্ষণ কৰে। এনেবোৰ খাদ্যৰ ভিতৰত কেইবিধমান খাদ্য হৈছে – মাছ, মাংস, বুট, মগু, বিৰিয়ানি, ফল মূল ইত্যাদি। কিন্তু মদৰ লগত সকলো খাদ্য খোৱা উচিত নহয়। এনে কেইবিধমান খাদ্য আছে যিবোৰ খাদ্য মদৰ লগত খালে অত্যধিক অপকাৰ হ’ব পাৰে। গতিকে এনেবোৰ খাদ্য মদৰ লগত খোৱাৰ পৰা বিৰত থকাটোৱেই মংগল। পাৰিলে মদৰ পৰা সম্পূৰ্ণৰূপে দূৰত থকাতো আৰু অতি মংগলজনক। 

মদৰ লগত কি কি খাদ্য খাব নালাগে জানো আহক – 

১/ ব্ৰেড

Apply Now

মদৰ লগত ব্ৰেড খোৱাতো ক্ষতিকাৰক হ’ব পাৰে কাৰণ ই শৰীৰত পানীৰ অভাৱ সৃষ্টি কৰে। যিহেতু মদ আৰু ব্ৰেডত অধিক পৰিমাণে ঈষ্ট থাকে, সেয়েহে লিভাৰে হজম কৰিব নোৱাৰে। শৰীৰত প্ৰচুৰ পৰিমাণে ঈষ্টৰ প্ৰৱেশ হ’লে পাচন তন্ত্ৰ দুৰ্বল হৈ পৰে আৰু পেটফুলা বা বদহজমৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে।

২/ চকলেট

মদৰ লগত  চকলেট খালএ গেষ্ট্ৰাইটিছৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। চকলেটত কেফেইন আৰু ক’ক’ দুয়োটা থাকে, যিয়ে পেটৰ সমস্যা আৰু অধিক বৃদ্ধি কৰি অহৰহ ভোকৰ সৃষ্টি কৰিব পাৰে।

৩/ পিজ্জা

কথাটো হৃদয়বিদাৰক যেন লাগিব পাৰে যদিও সেয়া সঁচা। পিজ্জা আৰু মদ একেলগে খোৱা ভাল নহয়৷ মদৰ সৈতে ময়দা ভালদৰে হজম নহয় আৰু ই পেটত বিষ আৰু অস্বস্তিৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ উপৰিও পিজ্জাই হৃদৰোগ আৰু ওজন বৃদ্ধিৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।

৪) মাহ জাতীয় শস্যৰ খাদ্য

মদ্যপানে আইৰণৰ ভাল উৎস যেনে বুট, মগু, ৰাজমাহ, দালি আদি হজম কৰাত অসুবিধাৰ সৃষ্টি কৰে। মদৰ লগত এইবোৰ খালে অন্ত্ৰত নেতিবাচক প্ৰভাৱ পৰে আৰু পাচনতন্ত্ৰৰ ক্ষতি কৰিব পাৰে।

৫) নিমখীয়া খাদ্য 

নিমখীয়া খাদ্যত ছডিয়ামৰ পৰিমাণ বেছি থাকে যিয়ে পেটৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে মদৰ লগত নিমখীয়া খাদ্য যেনে মাছ বা মাংসৰ ভাজি, পকৰি, চানা আদি নোখোৱাই ভাল।

৬) দুগ্ধজাত সামগ্ৰী

দুগ্ধজাত খাদ্য যেনে পনীৰ, গাখীৰ, আইচক্ৰীম, ডেজাৰ্ট, মাখন, দৈ আদি মদ খোৱাৰ লগত, আগত আৰু পিছতো পৰিহাৰ কৰিব লাগে। পেটত মদ আৰু দুগ্ধজাত সামগ্ৰী একেলগে পৰিলে সংক্ৰমণ, পেটৰ বিষ, আনকি কোষ্ঠকাঠিন্যও হ’ব পাৰে।

৭) টেঙা খাদ্য

নিমখীয়া খাদ্যৰ দৰেই মদৰ লগত টেঙা খাদ্যইও পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। মছলাযুক্ত খাদ্যই পেট খালী হোৱা প্ৰক্ৰিয়াত বিলম্ব ঘটায় আৰু এচিড ৰিফ্লাক্সৰ সৃষ্টি কৰে। ছাইট্ৰাছ ফল খোৱাৰ পিছত এই পৰিস্থিতি আৰু অধিক তীব্ৰতৰ হৈ পৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd