DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বন্যাৰ্তৰ খবৰ ল’বলৈ যোৱা বিধায়কৰ গালৈ দলিয়ালে চেণ্ডেল

এন ই নাও নিউজ by এন ই নাও নিউজ
October 16, 2020 10:50 am
বন্যাৰ্তৰ খবৰ ল’বলৈ যোৱা বিধায়কৰ গালৈ দলিয়ালে চেণ্ডেল
4.3k
VIEWS
Share on FacebookShare on Twitter

তেলেংগানাত অতিবৃষ্টিৰ ফলত হোৱা বানে লোকসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে এগৰাকী জনপ্ৰতিনিধি বন্যাৰ্তৰ ৰোষত পৰা বুলি জানিব পৰা গৈছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে বিধায়ক মনচীৰেড্ডী কিশন ৰেড্ডীয়ে বানাক্ৰান্ত ৰাইজৰ খবৰ ল’বলৈ যাওতে ক্ষুব্ধ জনতাই বিধায়কৰ গালৈ চেণ্ডেল দলিয়াই আৰু বিধায়কৰ গাড়ীখন লণ্ড-ভণ্ড কৰে।

বৃহস্পতিবাৰে ইবৰাহিমপটনমৰ বিধায়ক ৰেড্ডীয়ে টি আৰ এছৰ নেতা-কৰ্মীসকলৰ সৈতে মেডিপলী অঞ্চল পৰিভ্ৰমণ কৰিবলৈ গাছিল আৰু তেতিয়াই এই ঘটনাটো সংঘটিত হয়।

অতিবৃষ্টিৰ ফলত হোৱা বানে লোকসকলক যথেষ্ট সমস্যাত পেলাইছে। বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকল ক্ষুব্ধ হৈ আছিল আৰু বিধায়কে দলৰ অন্য কৰ্মকৰ্তাৰ সৈতে খবৰ ল’বলৈ যোৱাত অঞ্চলবাসীয়ে চেণ্ডেলেৰে আক্ৰমণ কৰি মনৰ ক্ষোভ আঁতৰ কৰে।

তথ্য অনুসৰি লোকসকলে বিধায়কৰ গাড়ীতো আক্ৰমণ কৰিছে। এই ঘটনা পোহৰলৈ অহাত দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে অতিবৃষ্টি আৰু বানৰ ফলত তেলেংগানা ৰাজ্যৰ প্ৰায় ৫০০০ কোটি টকাৰ লোকচান হোৱা বুলি মুখ্য মন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওে জানিবলৈ দিয়ে।

এই সংকটৰ সৈতে যুঁজিবলৈ তেলেংগানাক ১,৩৫০ কোটি টকা প্ৰদান কৰিবলৈ মুখ্য মন্ত্ৰীগৰাকীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক পত্ৰৰ জৰিয়তে অনুৰোধ জনাইছে।

বৃহস্পতিবাৰৰ নিশাৰ তথ্য অনুসৰি তেলেংগানাত অতিবৃষ্টিৰ ফলত হোৱা বানপানীত ৫০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

Recent News

বিটিআৰত বাস কৰা অবড়ো লোকৰ মাটিৰ পট্টা প্ৰদানৰ দাবীত অৱস্থান ধৰ্মঘট

বিটিআৰত বাস কৰা অবড়ো লোকৰ মাটিৰ পট্টা প্ৰদানৰ দাবীত অৱস্থান ধৰ্মঘট

Aryan Khan in cruise drugs case

ড্ৰাগছৰ গোচৰত অভিযোগমুক্ত হ’ল শ্বাহৰুখ তনয়: নিৰ্দোষী ঘোষণা নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৰ

তেলেংগানাত ১৭ গৰাকী মহিলাক হত্যা কৰা অপৰাধীক শাস্তি বিহিলে আদালতে, কি শাস্তি?

তেলেংগানাত ১৭ গৰাকী মহিলাক হত্যা কৰা অপৰাধীক শাস্তি বিহিলে আদালতে, কি শাস্তি?

Chittaranjan Basumatary

অসম জাতীয় পৰিষদৰ পৰা পদত্যাগ চিত্তৰঞ্জন বসুমতাৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd