• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বত প্ৰথম! একেলগে মাঙ্কিপক্স, কোভিড, এইচআইভি- তিনিওটা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’ল এক ব্যক্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 26, 2022 8:26 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিড আৰু মাঙ্কিপক্সে দীৰ্ঘদিন ধৰি বিশ্বজুৰি আতংকৰ সৃষ্টি কৰি আছে। ইয়াৰ ভিতৰত এইচআইভি অলপ পুৰণি। ইও বিভিন্ন স্থানত কম আতংক বিয়পোৱা নাছিল। শেহতীয়াকৈ যদিও কোভিডৰ অলপ কম যেন লাগিছে, সেই ঠাই পূৰণ কৰিবলৈ আহিছে মাঙ্কিপক্স। কিন্তু তাতেই শেষ হোৱা নাই। এতিয়া গোটেই পৃথিৱীক হতবাক কৰা বাতৰিটো হ’ল যে এজন ব্যক্তি একে সময়তে তিনিটাকৈ ৰোগত আক্ৰান্ত হৈছে।

কৰোনাভাইৰাছ, মাঙ্কি পক্স আৰু এইচআইভি একেলগে এই তিনিটা ৰোগৰ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে এজন লোক। বিশ্বতত প্ৰথম বাৰৰ বাবে তিনিটা ভাইৰাছৰ দ্বাৰা একেলগে সংক্ৰমিত হোৱাৰ এই ঘটনা ঘটিছে।

লগতে পঢ়ক: ৰিঙত বাগৰি পৰাৰ পিছত মৃত্যুক সাৱটিলে অৰুণাচলৰ ২৪ বছৰীয়া কিকবক্সাৰ ইয়োৰা টাডে

Apply Now

ইটালীৰ এজন ৩৬ বছৰীয়া ব্যক্তি একেলগে এই তিনিটা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। বিষয়টো ‘জাৰ্নেল অফ ইনফেকশন’ আলোচনীত প্ৰকাশ পাইছে। স্বাভাৱিকতে, ৰোগীৰ নাম প্ৰকাশ কৰা হোৱা নাছিল।

গৱেষকসকলে কয় যে বিষয়টো পৰ্যবেক্ষণ কৰাৰ পিছত, দেখা গৈছে এই ক্ষেত্ৰত কোভিড আৰু মাঙ্কিপক্সৰ লক্ষণবোৰ মিশ্ৰিত হৈছে। যদি দুয়োটা সংক্ৰমণ একেলগে আহে তেন্তে কেনে ধৰণৰ সমস্যা উদ্ভৱ হ’ব পাৰে সেয়াও পৰ্যবেক্ষণ কৰাৰ সুযোগ আমাৰ ওচৰত আহিছে। অতি গুৰুত্বপূৰ্ণ সেই পৰ্যবেক্ষণ চলাই থকা হৈছে।

লগতে পঢ়ক: কোচবিহাৰ কেন্দ্ৰীয় শাসিত ৰাজ্যত বিটিআৰ অঞ্চল; অনন্ত ৰায় মহাৰাজৰ মন্তব্যক লৈ তুমুল প্ৰতিক্ৰিয়া

জানিব পৰা মতে ইটালীৰ এই যুৱকজন কেইদিনমানৰ বাবে ভ্ৰমণলৈ গৈছিল। তাৰ পৰা উভতি অহাৰ দহ দিন পিছত তেওঁৰ জ্বৰ হৈছিল। জ্বৰৰ সৈতে ডিঙিৰ বিষ, দুৰ্বলতা, মুৰৰ বিষ আৰু খজুৱতিত অস্বস্তি হৈছিল। তেওঁ লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰিলে।

ইপিনে, এই লক্ষণবোৰ দেখা দিয়াৰ তিনিদিন পিছত তেওঁক কোভিড-১৯-ৰ বাবে পৰীক্ষা কৰা হয়। কোভিড পৰীক্ষাৰ ৰিপ’ৰ্ট পজিটিভ আহে। ইয়াৰ পিছত তেওঁৰ মুখ আৰু শৰীৰত ফোঁহা ওলাবলৈ আৰম্ভ কৰে। সেইবোৰ ক্ৰমে ডাঙৰ হ’বলৈ আৰম্ভ কৰে। তাৰ পিছত তেওঁক চিকিৎসালয়ৰ জৰুৰীকালীন বিভাগলৈ লৈ যোৱা হয়। 

তেওঁক চিকিৎসালয়ৰ সংক্ৰমণ বিভাগত ভৰ্তি কৰোৱা হয়। ভৰ্তি কৰাৰ পিছত তেওঁৰ বিভিন্ন পৰীক্ষা কৰোৱা হয়। সেই পৰীক্ষাত দেখা গৈছে যে তেওঁৰ যকৃতৰ আকাৰ যথেষ্ট বৃদ্ধি পাইছে। তাৰ পিছত তেওঁৰ মাঙ্কিপক্সৰ ৰিপ’ৰ্টো পজিটিভ আহিল। এইচআইভি পৰীক্ষাৰ ৰিপ’ৰ্টো পজিটিভ হ’ল। এই ৰিপ’ৰ্ট পজিটিভ অহাৰ সময়ত তেওঁ কোভিড পজিটিভ আছিল। তেওঁ অ’মিক্ৰন বিএ.৫.১ ভেৰিয়েন্টৰ দ্বাৰা সংক্ৰমিত হৈছিল।

লগতে পঢ়ক: Sylvester Stallone: পত্নীৰ সৈতে আৰু ২৫ বছৰ কটোৱাৰ আকাংক্ষা অসম্পূৰ্ণ হৈ ৰ’ল একচন হিৰো চিলভেষ্টাৰ ষ্টেলোনৰ!

ইটালীৰ লোকজনক এসপ্তাহতকৈও অধিক সময় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওঁ কোভিড-১৯ আৰু মাঙ্কিপক্সৰ পৰা আৰোগ্য হৈছে। এইচআইভি সংক্ৰমণৰ চিকিৎসা চলি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd