• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তালিবানৰ পুনৰুত্থানৰ প্ৰত্যাশা! প্ৰথমবাৰৰ বাবে আফগানিস্তান ভ্ৰমণ পাকিস্তানী প্ৰধান মন্ত্ৰী ইমৰাণ খানৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 19, 2020 7:52 pm

1 min read

Imran_Khan

ইমৰাণ খান

13.3k
VIEWS
Share on FacebookShare on Twitter

প্ৰথমবাৰৰ বাবে আফগানিস্তান ভ্ৰমণসূচীলৈ আফগানিস্তানত উপস্থিত হৈছে পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খান।

বৰ্দ্ধিত হিংসাত্মক ঘটনাৰাজিৰ মাজতে আফগানিস্তান চৰকাৰ আৰু তালিবানৰ প্ৰতিনিধিৰ মাজত হৈ থকা শান্তি বুজাপৰা আলোচনাত অংশলোৱাৰ বাবেই ইমৰাণ খানে আফগানিস্তান ভ্ৰমণলৈ গৈছে।

আফগানিস্তানত বৰ্দ্ধিত হিংসাত্মক ঘটনা হ্ৰাস কৰাৰ উদ্দেশ্যে পাকিস্তানৰ সমৰ্থন সন্দৰ্ভত আলোচনা কৰাৰ বাবে ইমৰাণে আফগানিস্তানলৈ গৈছে বুলি মতপ্ৰকাশ কৰে।

পাকিস্তানৰ সদিচ্ছাৰ বাবেই আফগানিস্তানত তালিবান বিদ্ৰোহী আৰু আফগানিস্তান চৰকাৰৰ মাজত শান্তি আলোচনা আৰম্ভ হৈছে বুলিও ইমৰাণ খানে সদৰী কৰে।

উল্লেখযোগ্য যে, পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খানে বহুবাৰ আফগানিস্তানত সন্ত্ৰাসবাদী কাৰ্য্যকলাপ বৃদ্ধিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰক জগৰীয়া কৰি আহিছে।

ভাৰত আৰু আফগানিস্তান চৰকাৰৰ মাজত সুসম্পৰ্ক চলি থকাৰ সময়ত পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খানৰ আফগানিস্তান ভ্ৰমণে তাৎপৰ্য্য বহন কৰিছে।

Recent News

a cov123

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোভিড ভেকচিনৰ দাম কিমান হ’ব? নিৰ্দ্ধাৰণ কৰি দিলে কেন্দ্ৰই

IMG_20210223_19101207

অসমবাসীৰ মূৰত ৪৪ হাজাৰ কোটি টকাৰ ধাৰৰ বোজা,অসম খনক ভিক্ষাৰী কৰিলে বিজেপিয়ে : লুৰীণজ্যোতিৰ বিস্ফোৰণ

Orunodoi-Scheme-2020

মৰিগাঁৱত বিজেপি চৰকাৰে ঘোষণা কৰা ‘স্বয়ম’ অৰুণোদয়’ আঁচনি ৰূপায়ণত কমিচনৰাজ, স্বজন প্ৰীতিৰ অভিযোগ

bhaba

প্ৰকৃতিপ্ৰেমীৰ প্ৰচেষ্টাত টীয়কৰ জাঁজীমুখত দল হৰিণাৰ পোৱালি উদ্ধাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd