• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এদিনতে মৃত্যু এক হাজাৰ লোকৰ; ৰাছিয়াত কোভিড-১৯ৰ ব্যাপক সংক্ৰমণে বৃদ্ধি কৰিছে বিশ্বৰ উদ্বেগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 17, 2021 7:50 pm
Corona-Virus-Russia
231
VIEWS
Share on FacebookShare on Twitter

Russia records Covid-19 cases বিশ্বত কোভিড-১৯ৰ সংক্ৰমণ লাহে লাহে হ্ৰাস পোৱাৰ বাতৰি পাই থকাৰ মাজতে শেহতীয়াকৈ ৰাছিয়াৰ কোভিড পৰিস্থিতিয়ে পুনৰ সমগ্ৰ বিশ্বৰে উদ্বিগ্নতা বৃদ্ধি কৰিছে। দেশখনত পুনৰ মাৰাত্মক ভাইৰাছৰ সংক্ৰমণে আতংকৰ ৰূপ লৈছে।

শনিবাৰে ৰুছ চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশখনত ২৪ ঘন্টাত কোভিডৰ ফলত এক হাজাৰ দুজন লোকৰ মৃত্যু ঘটিছে।

দেশখনত দৈনিক সংক্ৰমণৰ ঘটনা ৩৩হাজাৰো অধিক হৈছে। যোৱা তিনিদিন ধৰি সংক্ৰমণৰ ঘটনা দ্ৰুত গতিত বৃদ্ধি পাবলৈ লৈছে।

ভেকচিন প্ৰদানৰ গতি হ্ৰাস পোৱা তথা বিভিন্ন অঞ্চলত কোভিড বিধি শিথিল হোৱাৰ বাবেই সংক্ৰমণ বৃদ্ধি পোৱা বুলি ধাৰণা কৰা হৈছে।

চৰকাৰী তথ্য অনুসৰি দেশখনত ৩১শতাংশ লোকৰ টীকাকৰণ সম্পন্ন হৈছে। ৰাছিয়াত চৰকাৰে বিভিন্ন স্থানত কোভিড বিধি মানি চলাৰ ক্ষেত্ৰত শিথিলতা আনিছে।

দেশখনত ইতিমধ্যে ২লাখ ২২হাজাৰ ৩১৫জন লোকৰ কোভিডত মৃত্যু হৈছে।

চিকিৎসকসকলে জানিবলৈ দিয়া মতে বহু স্থানত কোভিড টেষ্ট নকৰাকৈয়ে লোকসকলক চলাচল কৰিবলৈ দিয়াৰ বাবেই সংক্ৰমণ বৃদ্ধি পাইছে।

আনহাতে, ৰুছ চৰকাৰে অৰ্থনৈতিক কাৰ্যকলাপ বাধাগ্ৰস্ত নহ’বলৈ কোভিডৰ বাধা-নিষেধ প্ৰয়োগ কৰিবলৈ আগ্ৰহী নহয়।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd