• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাছিয়া, জাৰ্মানীতকৈয়ো ভাৰতত বেছি ‘ধনী’ লোকৰ সংখ্যা

ভাৰতত 'বিলিয়নেয়াৰ'ৰ সংখ্যা ১৪০ ৰ পৰা ১৬৬ লৈ বৃদ্ধি

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 6, 2022 5:48 pm
195
VIEWS
Share on FacebookShare on Twitter

মূল্যবৃদ্ধিয়ে জুৰুলা কৰা ভাৰতবৰ্ষত মুষ্টিমেয় ধনী লোক ধনীৰ পৰা আৰু অতি বেছি ধনী হৈ গৈ আছে।

শুনিবলৈ আচৰিত যেন লাগিলেও এয়া সঁচা যে ৰাছিয়া, জাৰ্মানী আদি দেশতকৈও ভাৰতত বিলিয়নেয়াৰ সংখ্যা বহু বেছি।

শেহতীয়াকৈ বিশ্ব বিখ্যাত আলোচনী ফৰ্বছে প্ৰকাশ কৰিছে বিশ্বৰ ধনী লোকৰ তালিকা। ফৰ্বছৰ প্ৰতিবেদন অনুসৰি ভাৰতত বিলিয়নেয়াৰৰ সংখ্যা যোৱা বছৰৰ ১৪০ ৰ পৰা ১৬৬ লৈ বৃদ্ধি পাইছে।

ফৰ্বছৰ বিশ্বৰ বিলিয়নেয়াৰ ২০২২ ৰ তালিকা অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক ৭৩৫ জন বিলিয়নেয়াৰ আছে। যোৱা বছৰ আমেৰিকাত ৭২৪ গৰাকী বিলিয়নেয়াৰ আছিল। আমেৰিকাৰ পিছতে বিলিয়নেয়াৰ থকা দ্বিতীয় খন দেশ খন হৈছে চীন।

চীনত ৫৩৯ জন বিলিয়নেয়াৰ আছে। চীনত যোৱা বছৰৰ ৬২৬ গৰাকী বিলিয়নেয়াৰ আছিল যদিও এই বছৰ সেই সংখ্যা কিছু হ্ৰাস পাইছে।

ভাৰতে ১৬৬ জন বিলিয়নেয়াৰৰ সৈতে তৃতীয় স্থানত আছে। জাৰ্মানীত ১৩৪ জন, ৰাছিয়াত ৮৩ জন, হংকঙত ৬৭ জন, কানাডাত ৬৪ জন, ব্ৰাজিলত ৬২ জন আৰু ইটালীত ৫২ জন বিলিয়নেয়াৰ আছে।

এইবাৰো ভাৰতৰ মুকেশ আম্বানী এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাবে পৰিগণিত হৈছে।

তেওঁৰ সম্পত্তিৰ পৰিমাণ আনুমানিক ৯০.৭ বিলিয়ন ডলাৰ মূল্যৰ।

বিশ্বৰ বিলিয়নেয়াৰৰ তালিকাত শীৰ্ষস্থানত থকা ব্যক্তিগৰাকী হৈছে এলন মাস্ক।
মাস্কৰ সম্পত্তিৰ মূল্য আনুমানিক ২১৯ বিলিয়ন ডলাৰ।

বিলিয়নেয়াৰৰ তালিকাত দ্বিতীয় স্থানত থকা ব্যক্তিগৰাকী হৈছে জেফ বেজোছ।

ফ্ৰান্সৰ বাৰ্ণাৰ্ড আৰ্নাল্ট বিশ্বৰ তৃতীয় আটাইতকৈ ধনী ব্যক্তি হিচাবে পৰিগণিত হৈছে।

তালিকাৰ শীৰ্ষ পাঁচটা স্থানত আছে বিল গেটছ আৰু ৱাৰেন বাফেট।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে ৯০.৭ বিলিয়ন ডলাৰৰ মুঠ সম্পত্তিৰ সৈতে ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি আৰু বিশ্বৰ দশম ধনী ব্যক্তি হিচাপে নিজৰ স্থান বজাই ৰাখিছে।

আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানিয়ে ৯০ বিলিয়ন ডলাৰৰ সম্পদৰ সৈতে দ্বিতীয় স্থানত আছে।
এইচচিএল টেকন’লজীৰ অধ্যক্ষ শিৱ নাদাৰে ফৰ্বছৰ ভাৰতৰ ১০ জন ধনী বিলিয়নেয়াৰৰ তালিকাত ২৮.৭ বিলিয়ন ডলাৰৰ মুঠ সম্পত্তিৰ সৈতে তৃতীয় স্থান লাভ কৰিছে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd