DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লেখাপানী অবৈধ কুণ্ডা সৰবৰাহ কৰা হাতীসহ মাউতক আটক

মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা by মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা
November 29, 2021 9:02 pm
102
VIEWS
Share on FacebookShare on Twitter

অসমৰ মূল্যৱান গছ কাটি অৰুণাচলৰ বিভিন্ন কাঠফলা মিললৈ সৰবৰাহ কৰি অহাৰ তথ্য বিভিন্ন মাধ্যমত প্ৰকাশ পাই আহিছে ।

এনে সময়তে আজি ডিগবৈ বন সংমণ্ডলৰ অধীনৰ মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানী আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত টিৰাপ সংৰক্ষিত বনাঞ্চলত লেখাপানী বন বিভাগ আৰু আৰক্ষীয়ে অবৈধ কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলায়।

এই অভিযান কালত অবৈধ ভাৱে চোৰাং কুণ্ডা কঢ়িয়াই থকা অৱস্থাত এজনী মাইকী হাতী আৰু হাতীৰ মাউতক আটক কৰি লেখাপানী বন বিভাগৰ কাৰ্যালয়লৈ লৈ আনে।

হাতী জনীৰ নাম শান্তি বুলি জানিব পৰা গৈছে।

মাউতজনে জানিবলৈ দিয়া অনুসৰি হাতীজনী অৰুণাচলৰ প্ৰদেশৰ।

ইতিমধ্যেই বন বিভাগে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে হাতী আৰু মাউতক লেখাপানী বন বিভাগত আটক কৰি ৰাখিছে।

উল্লেখ্য যে লেখাপানী বন বিভাগৰ অন্তৰ্গত বিভিন্ন সংৰক্ষিত বনাঞ্চলৰ মূল্যবান গছ ধ্বংস কৰি দীৰ্ঘদিন ধৰি অবৈধ ভাৱে অৰুণাচললৈ সৰবৰাহ কৰি থকা হৈছে।

অৰুণাচলৰ নথিপত্ৰ প্ৰৰ্দশন কৰি অসমৰ বিভিন্ন স্থানলৈ একাংশ অসাধুচক্ৰই কাঠৰ ৰমৰমীয়া বেহা অব্যাহত ৰাখিছে যদিও এইক্ষেত্ৰত বন বিভাগে কোনোধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।

Recent News

Supreme Court slams Nupur Sharma: ‘দেশত যি ঘটিছে তাৰ বাবে একমাত্ৰ নুপুৰ শৰ্মা দায়ী’: উচ্চতম ন্যায়ালয়ৰ তীব্ৰ ভৎৰ্সনা

Supreme Court slams Nupur Sharma: ‘দেশত যি ঘটিছে তাৰ বাবে একমাত্ৰ নুপুৰ শৰ্মা দায়ী’: উচ্চতম ন্যায়ালয়ৰ তীব্ৰ ভৎৰ্সনা

Health benefits of the Indian blackberry: এতিয়া জামু খোৱাৰ বতৰ; তাৰ কেইটামান উপকাৰিতাৰ বিষয়ে জানো আহক

Health benefits of the Indian blackberry: এতিয়া জামু খোৱাৰ বতৰ; তাৰ কেইটামান উপকাৰিতাৰ বিষয়ে জানো আহক

Amartya Sen: দেশৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ শংকিত অমৰ্ত্য সেন! দেশৰ অনৈক্যতাত উদ্বিগ্ন নোবেল বিজয়ী অৰ্থনীতিবিদগৰাকী

Amartya Sen: দেশৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ শংকিত অমৰ্ত্য সেন! দেশৰ অনৈক্যতাত উদ্বিগ্ন নোবেল বিজয়ী অৰ্থনীতিবিদগৰাকী

Indian Railway একাপ ২০টকাৰ চাহত ৫০ টকা GST! বিল দেখি চকু কপালত ৰে’লযাত্ৰীৰ; কি ক’লে ভাৰতীয় ৰে’লেৱেই?

Indian Railway একাপ ২০টকাৰ চাহত ৫০ টকা GST! বিল দেখি চকু কপালত ৰে’লযাত্ৰীৰ; কি ক’লে ভাৰতীয় ৰে’লেৱেই?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd