• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উজনিত নতুনকৈ মিচিং সশস্ত্ৰ সংগঠন প্ৰতিষ্ঠাৰ কুচকাৱাজ; এজনক গ্ৰেপ্তাৰ

আৰক্ষীৰ দাবী, এন এছ চি এন (আই এম)ৰ শিবিৰত প্ৰশিক্ষণ লৈছে সদস্যই

Ritupallab Saikia ঋতুপল্লব শইকীয়া
গুৱাহাটী , August 6, 2019 9:20 pm

1 min read

1.6k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ গৃহ বিভাগক চিন্তাত পেলাই উজনি অসমত কুচকাৱাজ চলিছে এটা মিচিং উগ্ৰপন্থী সংগঠন প্ৰতিষ্ঠাৰ বাবে। এই দাবী কৰিছে গোলাঘাট আৰক্ষীয়ে।

গোলাঘাট আৰক্ষীয়ে আজি চেমলুক দলে নামৰ এজন যুৱকক আটক কৰাৰ পিছতে এই দাবী কৰিছে।

আৰক্ষীয়ে জনোৱামতে, ফৰকাটিং অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা চেমলুক দলে নামৰ যুৱকজনৰ দীৰ্ঘদিনৰ পৰা আলফাৰ সৈতে সম্পৰ্ক আছিল। এওঁৰ নেতৃত্বতে এটা মিচিং জনগোষ্ঠী ভিত্তিক সশস্ত্ৰ বিদ্ৰোহী সংগঠন প্ৰতিষ্ঠাৰ পৰিকল্পনা চলিছে, জনালে আৰক্ষীয়ে।

সূত্ৰটোৰ দাবী এই যুৱকজনে আলফা আৰু এন এছ চি এনৰ লগত সম্পৰ্ক ৰাখি আহিছে দীৰ্ঘদিন।

শেহতীয়াকৈ গোলাঘাটৰ এজন ব্যৱসায়ীক আলফাৰ নামত ধন দাবী কৰি  আজি ধনখিনি নিবলৈ আহোতেই গোলাঘাটৰ উপ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম শ‌ইকীয়াৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে গোপন সূত্ৰৰ পম খেদি ফৰকাটিং অঞ্চলৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰে।

চেমলুকৰ ঘৰ শদিয়াৰ বগৰীজুৰি অঞ্চলত। ইতিমধ্যে তেওঁ শদিয়া অঞ্চলতো বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰিছে যুৱকজনে।

উজনিৰ অন্য জিলাসমূহৰ লগতে গোলাঘাটতো সংগঠনৰ কামকাজ অব্যাহত ৰখাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd