• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জাতীয় অভিৱৰ্তনতে অসম জাতীয় পৰিষদত যোগদান কৰিব লুৰীণজ্যোতি গগৈয়ে

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , December 14, 2020 12:10 pm

1 min read

WhatsApp Image 2020-12-14 at 11.57.35 AM

লুৰীণজ্যোতি গগৈ।

209
VIEWS
Share on FacebookShare on Twitter

অসম জাতীয় পৰিষদত যোগদান কৰিব আছুৰ প্ৰাক্তন নেতা লুৰীণজ্যোতি গগৈয়ে।

আজি হোটেল প্ৰাগ কণ্টিনেণ্টেলত এক সংবাদমেল সম্বোধন কৰি এই কথা জনায় আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীয়ে।

অহা ১৬, ১৭ ডিচেম্বৰত শিৱসাগৰত অনুষ্ঠিত হ’বলগীয়া AJP ৰ জাতীয় অভিৱৰ্তনতে গগৈয়ে যোগদান কৰিব বুলি তেওঁ জনায়।

অসমৰ চুকে কোণে গৈ বুজি পোৱা ৰাইজৰ আবেগ আৰু বিকল্পবিহীন পৰিস্থিতি দেখিয়েই জাতীয়তাবাদী শিবিৰত থকাৰ মানসৰে AJP ত যোগদান কৰে বুলি তেওঁ সদৰী কৰে।

“ৰাইজে জাতীয়তাবাদী শক্তি এটাৰ উত্থান বিচাৰিছে। সেয়েহে ছাত্ৰসন্থাৰ জাতীয় দৃষ্টিভংগী আৰু দৰ্শনৰ লগত মিল থকা বাবেই AJP ত যোগদানৰ সিদ্ধান্ত ললোঁ।” লুৰীণে এইদৰে কয়।

ইপিনে “২০২১ ত জাতীয়তাবাদী শিবিৰে চৰকাৰ বনোৱাটো নিশ্চিত” বুলি উল্লেখ কৰি লুৰীণে লগতে কয়, “বিজেপিৰ ধনবল, বাহুবলত মানুহে এইবাৰ ভয় নকৰে ৰাইজে এইবাৰ জাতীয়তাবাদী শিবিৰৰ চৰকাৰ বনোৱাত নিশ্চয়কৈ সহায় কৰিব।”

Recent News

BTR

এনডিএফবিৰ নেতা ধীৰেণ বড়োক ওভতি ধৰিলে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে

India Republic Day

কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ হিংসা : ‘ভাৰতে লাল কিল্লাত ৰাষ্ট্রীয় পতাকাক কৰা অপমান সহ্য নকৰে’; কঠোৰ হ’ব কেন্দ্ৰ

IMG-20210127-WA0006

নগাঁৱত ছাউণ্ড ছিষ্টেম প্ৰভাইডাৰ্ছ এছোচিয়েচন অৱ আছামৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সম্পন্ন

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd