• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছাত্ৰনেতাৰ পৰা সক্ৰিয় ৰাজনীতিলৈ; আনুষ্ঠানিকভাৱে য়ুপিপিএলত যোগদান প্ৰমোদ বড়োৰ

চাজিদ খান by চাজিদ খান
February 22, 2020 10:38 am
Pramod Bodo

প্ৰমোদ বড়ো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিখিল বড়ো ছাত্ৰ সন্থা (আবছু)ৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়োৱে চিৰাং জিলাৰ বিজনীত শুকুৰবাৰে সন্ধিয়া আনুষ্ঠানিকভাৱে য়ুপিপিএলত যোগদান কৰে।

বিটিচি নিৰ্বাচনৰ প্ৰাকক্ষণত সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰা প্ৰমোদ বড়োক য়ুপিপিএলত যোগদান কৰাৰ পাছতে দলৰ কাৰ্য্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়া হয়।

Apply Now

প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ উৰ্খাও গৌৰাং ব্ৰহ্মই পূৰ্বতে সদ্য বিদায়ী আবছু সভাপতি গৰাকীক য়ুপিপিএলত যোগদানৰ বাবে আহ্বান জনাইছিল।

প্ৰমোদ বড়োৰ লগতে বহুকেইগৰাকী আবছুৰ কৰ্মকৰ্তাই শুকুৰবাৰে আনুষ্ঠানিকভাৱে য়ুপিপিএলত যোগদান কৰে।

উল্লেখযোগ্য যে, সমাগত বিটিচি নিৰ্বাচনত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ আৰু বিজেপি মিত্ৰজোটৰ সন্মুখত উৰ্খাও গৌৰাং ব্ৰহ্ম নেতৃত্বাধীন য়ুপিপিএলে তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছে।

ভাৰতীয় জনতা পাৰ্টিয়ে আগন্তুক বিটিচি নিৰ্বাচনত তেওঁলোকৰ মিত্ৰ দল বিপিএফ হ’ব নে য়ুপিপিএল হ’ব সেই সম্বন্ধে এতিয়ালৈ স্পষ্ট কৰা নায়।

জানিব পৰা মতে, বিজেপিয়ে বিটিচিৰ চাৰিখন জিলা কোকৰাঝাৰ, চিৰাং, ওদালগুৰি আৰু বাক্সা জিলাৰ তৃণমূল কৰ্মীসকলৰ সৈতে পৰ্যালোচনা চলাই এই সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰিব।

বিজনীত অনুষ্ঠিত দলীয় সভাত য়ুপিপিএলত যোগদান কৰা প্ৰমোদ বড়োক বিপুল আদৰণি জনোৱা হয়।

‘মই কোনোধৰণৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে ৰাজনৈতিক দললৈ অহা নাই মোৰ একমাত্ৰ উদ্দেশ্য হৈছে বড়োলেণ্ডৰ সকলো স্তৰৰ লোকৰ সৰ্বাংগীন উন্নয়ন নিশ্চিত কৰা,’ প্ৰমোদ বড়োৱে কয়।

আনহাতে, বৰ্তমানলৈ কোনো দলৰ সৈতে তেওঁলোকৰ দলৰ মিত্ৰতা হোৱা নাই বুলি উল্লেখ কৰি দলীয় সন্মিলনত এই সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলিও বড়োৱে মত প্ৰকাশ কৰে।

‘‘আমাৰ আত্মাত ৰাজনীতি সোমাই থকা নাই আমাৰ মূল লক্ষ্য হ’ল বিটিআৰ চুক্তিত আখৰেৰে লিপিবদ্ধ হৈ থকা কথাবোৰক বাস্তৱ ৰূপ দিয়া,’’ প্ৰমোদ বড়োৱে লগতে কয়।

আনহাতে, য়ুপিপিএল প্ৰধান উৰ্খাও গৌৰাং ব্ৰহ্মই প্ৰমোদ বড়োৰ দলত যোগদানে য়পিপিএলৰ শক্তি বৃদ্ধি কৰিলে বুলি মন্তব্য কৰি তেওঁক দলৰ কাৰ্য্যকৰী সভাপতিৰ দায়িত্ব অৰ্পন কৰা হৈছে বুলি কয়।

চাজিদ খান

চাজিদ খান

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd