• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ তথা মন্ত্ৰী প্ৰণৱ কুমাৰ গগৈৰ দেহাৱসান

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
February 4, 2020 6:45 am
pranab-gogoi

প্ৰনব কুমাৰ গগৈৰ ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে  অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ তথা মন্ত্ৰী আৰু শিৱসাগৰ সমষ্টিৰ  বিধায়ক প্ৰণৱ কুমাৰ গগৈৰ ৮৪ বছৰ বয়সত দেহাৱসান হয়।

সোমবাৰে নিশা প্ৰায় ১০.৪০ বজাত গুৱাহাটীৰ  হেল্থ চিটি হস্পিতালত মৃত্যু হয় প্ৰণৱ কুমাৰ গগৈৰ।

Apply Now

বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল শিৱসাগৰ সমষ্টিৰ বিধায়কজন। সোমবাৰে দুপৰীয়া চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হৈছিল।

উল্লেখ্য যে ২০০১ চনৰ পৰা শিৱসাগৰ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰহৈ একেৰাহে চাৰিবাৰ  বিধায়ক হৈ আছিল প্ৰণৱ কুমাৰ গগৈ।

২০০৬ চনত তৰুণ গগৈৰ মন্ত্ৰীসভাত আইন আৰু হস্ততাঁত বস্তশিল্প, ৰেচন বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ লগতে ২০১১ চনৰ পৰা ২০১৬ চনলৈকে অসম বিধান সভাৰ অধ্যক্ষ আছিল।

পৰৱৰ্তী সময়ত ২০১৬ চনত শিৱসাগৰ সমষ্টিৰ পৰা তেওঁ পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হয় ।

প্ৰণৱ কুমাৰ গগৈ জন্ম হয় ১৯৩৬ চনৰ ১৯ আগষ্টত। তেখেতৰ পিতৃ প্ৰয়াত গিৰীন্দ্ৰ নাথ গগৈ অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী আছিল। মাতৃৰ নাম আছিল হিৰণ্যলতা গগৈ।

প্ৰণৱ কুমাৰ গগৈৰ বৰ্তমানৰ ঘৰ শিৱসাগৰ চহৰৰ ৰেডক্ৰচ ৰোডত আছিল যদিও তেওঁৰ পিতৃৰ বাসগৃহ শিৱসাগৰ চহৰৰ সমীপৰ কুঁজিবালি হাঁহচৰাৰ মৰাণ গাঁৱত আছিল।

প্ৰণৱ কুমাৰ গগৈৰ শিক্ষাগত অৰ্হতা বি এ,  এল এল বি আছিল। পেচাত তেওঁ এজন অধিবক্তা আছিল।

১৯৬৪ ৰ পৰা ৬৮ চনলৈকে তেওঁ শিৱসাগৰ জিলাৰ যুৱ কংগ্ৰেছৰ সভাপতি আছিল। ১৯৬৮ চনৰ পৰা ৭২ চনলৈকে তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য হোৱাৰ লগতে এআইচিচিৰ সদস্য আৰু এপিচিচি ৰ সহকাৰী সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

পৰৱৰ্তী সময়ত ১৯৮৬ চনৰ পৰা ১৯৯১ চনলৈ শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি আৰু ১৯৮৭ চনৰ পৰা ১৯৯১ চনলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব লাভ কৰিছিল।

ইয়াৰো পৰি তেওঁ ১৯৭৪ চনৰ পৰা ১৯৭৮ চনলৈ শিৱসাগৰ জিলা স্পৰ্টিং এচ’চিয়েছনৰ সভাপতি, ১৯৭৪ চনৰ পৰা ১৯৭৮ চনলৈ এডমিনিষ্টিটিড ৰিফ্ৰমৰ কমিচনৰ সদস্য, ১৯৮৪ চনৰ পৰা ১৯৮৫ চনলৈ এ এচ ই বিৰ সদস্য,  আই এন টি ইউ চি ৰ উপ সভাপতিৰ, ১৯৭৭ চনৰ পৰা অ’এনজিচিৰ পূৰ্বাঞ্চল এম্প’ই এচ’চিয়েছনৰ সভাপতিৰ লগতে ১৯৯৮ চনৰ পৰা ২০০২ চনলৈ শিৱসাগৰ উকীল সন্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

২০০১ চনত প্ৰথমবাৰৰ বাবে ১০৮ নং বিধান সভাৰ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। ২০০১ চনৰ পৰা ২০১৬ চনলৈকে একেৰাহে চাৰিবাৰ বিধায়ক হৈ আছিল প্ৰণৱ কুমাৰ গগৈ।

মৃত্যুৰ সময়ত প্ৰণৱ কুমাৰ গগৈয়ে পত্নী মোহিনী গগৈ, তিনি পুত্ৰ ক্ৰমে মঞ্জীৰ গগৈ, সমীৰ গগৈ, প্ৰমীৰ গগৈৰ লগতে বহু আত্মীয়ক ইহ সংসাৰত এৰি থৈ গৈছে।

তেখেতৰ মৃত্যুত সমগ্ৰ শিৱসাগৰবাসীয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা প্ৰকাশ কৰিছে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd