• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাহাল থাকিব তৰুণ গগৈৰ জেদ প্লাছ নিৰাপত্তা, কেন্দ্ৰক নিৰ্দেশনা উচ্চ ন্যায়ালয়ৰ

১২ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰক শপত নামা দাখিলৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 22, 2020 7:42 pm
Tarun Gogoi Z+ security

তৰুণ গগৈ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ জেদ প্লাছ নিৰাপত্তা বাহাল থকাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

যোৱা ৯ জানুৱাৰীৰ নিশা প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ পৰা জেদ প্লাছ নিৰাপত্তা কৰ্তন কৰাৰ পাছতেই ইয়াৰ বিৰোধিতাৰে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকী।

Apply Now

বুধবাৰে উচ্চ ন্যায়ালয়ৰ মজিয়াত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ নিৰাপত্তা সম্পৰ্কীয় গোচৰ উত্থাপিত হয় বুলি কংগ্ৰেছৰ এক উচ্চস্তৰীয় সূত্ৰই জানিবলৈ দিয়ে।

সুত্ৰটোৱে জনোৱা অনুসৰি ন্যায়ালয়ে বিষয়টোৰ শুনানি নোহোৱা পৰ্যন্ত তৰুণ গগৈৰ জেদ প্লাছ নিৰাপত্তা বাহাল ৰাখিবৰ বাবে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছে।

ইয়াৰোপৰি, অহা ১২ ফেব্ৰুৱাৰীৰ দিনা কেন্দ্ৰীয় চৰকাৰক উচ্চ ন্যায়ালয়ত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশনা দিয়া বুলি সদৰী কৰি সুত্ৰটোৱে আমাৰ সাংবাদিকৰ আগত কয়, ‘কি কি কাৰণত জেদ প্লাছ কৰ্তন কৰিছে তাৰ কাৰণ অথবা তথ্য কেন্দ্ৰীয় চৰকাৰে উচ্চ ন্যায়ালয়ত জমা দিব লাগিব।’

অৱশ্যে কাইলৈহে লিখিত নিৰ্দেশনা প্ৰকাশ পাব যদিও আজি ন্যায়ালয়ে মৌখিকভাৱে এই নিৰ্দেশ দিয়া বুলি সূত্ৰত প্ৰকাশ।

উল্লেখযোগ্য যে, যোৱা ১০ জানুৱাৰিত সম্বোধন কৰা এক সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপক প্ৰতিশোধমূলক আখ্যা দিছিল।

ইয়াৰ পূৰ্বে যোৱা ২২ ডিচেম্বৰৰ দিনা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পৰাও জেদ প্লাছ নিৰাপত্তা কৰ্তন কৰিছিল কেন্দ্ৰীয় চৰকাৰে।

নিৰাপত্তাৰ ভাবুকিৰ মূল্যায়নৰ ভিত্তিত গৃহ মন্ত্ৰ্যালয়ে দেশৰ ভি ভি আই পিসকলৰ বাবে বিভিন্ন নিৰাপত্তা নিৰ্ধাৰণ কৰে।

জেদ প্লাছ কেটেগৰিৰ নিৰাপত্তা ব্যৱস্থাৰ অধীনত থকা ব্যক্তিজনৰ সৈতে ৫৫ জন নিৰাপত্তাৰক্ষী থাকে, য’ত ১০জন এন এছ জি কমাণ্ডো।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd