• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ মৰণোত্তৰভাৱে পদ্মভূষণ; আন ৮গৰাকী ব্যক্তিলৈ পদ্মশ্ৰী সন্মান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 26, 2021 6:55 am

1 min read

tarun-gogoi-1200x600-750x375

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। ফাইল ফটো।

202
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে অসমৰ প্ৰয়াত প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ মৰণোত্তৰভাৱে পদ্মভূষণ সন্মান আগবঢ়াইছে।

একেৰাহে তিনিবাৰকৈ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱা অসমৰ জনপ্ৰিয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ যোৱা বৰ্ষৰ ২৩ নৱেম্বৰত ৮৫বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে।

প্ৰসিদ্ধ ৰাজনীতিকগৰাকী অসমৰ আটাইতকৈ দীৰ্ঘকালীন সময়ৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

তেওঁ ২০০১চনৰ পৰা ২০১৬চনলৈকে তিনিবাৰ কংগ্ৰেছ চৰকাৰৰ নেতৃত্ব দিছিল।

আনহাতে, কেন্দ্ৰীয় চৰকাৰে লগতে অসমৰ আন ৮গৰাকী বিশিষ্ট ব্যক্তিলৈ এইবছৰৰ পদ্মশ্ৰী সন্মান আগবঢ়াইছে।

সমাজসেৱাৰ বাবে লখিমী বৰুৱা আৰু বিৰুবালা ৰাভা, কলা-সংস্কৃতিৰ বাবে গোপীৰাম বৰগায়ন বুঢ়াভকত আৰু দুলাল মানকি, ৰাজহুৱা সেৱাৰ বাবে বিজয়া চক্ৰৱৰ্তী, সাহিত্য আৰু শিক্ষাৰ বাবে ইমৰান শ্বাহ আৰু মংগল সিং হাজোৱাৰী, সাহিত্য আৰু শিক্ষা-সাংবাদিকতাৰ বাবে ৰমন শৰ্মাক পদ্মশ্ৰী সন্মান আগবঢ়াইছে।

কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা দেশৰ পদ্ম সন্মান প্ৰাপক সকল আৰু তেওঁলোকৰ পৰিয়ালক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অভিনন্দন জনাইছে।

এক বিজ্ঞপ্তি যোগে মুখ্যমন্ত্ৰী সোণোৱালে কয় যে দেশৰ মৰ্যাদাপূৰ্ণ অসামৰিক সন্মান লাভ কৰা ৰাজ্যৰ সু-সন্তান সকলে অসম মাতৃক গৌৰৱাম্বিত কৰিলে।

তেওঁ কয় যে সমাজৰ সৰ্বাঙ্গীন উন্নয়ন আৰু হিতৰ হকে আগবঢ়োৱা সেৱাৰ বাবে তেখেতসকলে লাভ কৰা সন্মানে উঠি অহা প্ৰজন্মক বিশেষভাৱে উৎসাহিত কৰিব।

Recent News

index.jpgb

বোকাখাত মহকুমাত নির্বাচনী আচৰণ বিধি সম্পর্কত বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিৰে মহকুমাধিপতিৰ বৈঠক

Hagrama-Mohilary-1

বিজেপি সংগ ত্যাগ বিপিএফৰ : কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত যোগ দিব হাগ্ৰামাৰ বিপিএফ-এ

index.jpgbbb

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনাব প্ৰণৱ দলেই! : ব্যতিক্ৰমী প্ৰচাৰেৰে চৰ্চা লাভ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ

index.jpgaa

শিৱসাগৰত দিনজোৰা কাৰ্যসূচীৰে বীৰ চিলাৰায়ৰ ৫১১ সংখ্যক জন্ম জয়ন্তী পালন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd