• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ প্ৰাক্তন ডিজিপি খগেন শৰ্মাৰ বিয়োগ, শনিবাৰে শেষকৃত্য

কল্পজ্যোতি শইকীয়া, অনুপ শৰ্মা by কল্পজ্যোতি শইকীয়া, অনুপ শৰ্মা
October 25, 2019 7:51 pm
Former Assam DGP Khagen Sarmah dies

প্ৰাক্তন ডিজিপি খগেন শৰ্মা।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান খগেন শৰ্মাৰ শুকুৰবাৰে সন্ধিয়া গুৱাহাটীত মৃত্যু ঘটিছে।

সন্ধিয়া ৭:১৫ বজাত গুৱাহাটীৰ চান ভেলি হস্পিতেলত শৰ্মাৰ মৃত্যু হৈছে।

Apply Now

চিকিৎসালয় সূত্ৰমতে, যোৱা কিছুদিন ধৰি প্ৰাক্তন শীৰ্ষ আৰক্ষী বিষয়াজন চিকিৎসাধীন হৈ আছিল।

“যোৱা ১৩ অক্তোবৰৰ পৰা তেওঁ আমাৰ ইয়াত চিকিৎসাধীন আছিল। তেওঁৰ কেন্সাৰ হৈছিল,” চিকিৎসালয়ৰ এগৰাকী বিষয়াই জনায়।

দীৰ্ঘসময় ধৰি অসম আৰক্ষীৰ বিশেষ শাখাৰ শীৰ্ষ বিষয়াৰূপে সেৱা আগবঢ়োৱা শৰ্মা উত্তৰ-পূবৰ বিদ্ৰোহী গোটসমূহৰে মোকাবিলাৰ বাবে জনাজাত আছিল।

১৯৮২-বেটচৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়াজনে ৩৩ বছৰ সেৱা আগবঢ়াইছিল।

২০১৪ চনত ডিজিপিৰূপে কাৰ্য্যভাৰ লোৱা শৰ্মাই ২০১৫ চনৰ ৩০ নৱেম্বৰত অসম আৰক্ষীৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

শৰ্মাই অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষৰূপেও সেৱা আগবঢ়াইছিল।

শৰ্মাৰ জন্মস্থান নলবাৰী জিলাৰ টিহুত।

আপদে’ট:

চিকিৎসালয়ৰ পৰা খগেন শৰ্মাৰ নশ্বৰ দেহ কাহিলীপাৰাস্থিত অসম আৰক্ষীৰ বিশেষ শাখাৰ আৱাসলৈ লৈ যোৱা হৈছে। ৰাতি তাতে মৃতদেহ ৰখাৰ ব্যৱস্থা কৰা হৈছে।

অসম আৰক্ষীৰ উলুবাৰীস্থিত মুখ্য কাৰ্য্যালয়ত শনিবাৰে প্ৰাক্তন সঞ্চালকপ্ৰধানজনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব।

গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে জনোৱামতে, শনিবাৰেই পৰিয়ালৰ লোকৰ মত অনুসৰি তেওঁৰ মৃতদেহ সৎকাৰ হ’ব।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শৰ্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আৰু তেওঁৰ অৱদান শ্ৰদ্ধাৰে সুঁৱৰিছে।

কল্পজ্যোতি শইকীয়া, অনুপ শৰ্মা

কল্পজ্যোতি শইকীয়া, অনুপ শৰ্মা

Stay Connected

  • 117k Fans

Recent News

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

October 5, 2026 5:13 pm
‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm
জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm
‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

October 5, 2026 5:13 pm
‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd