• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদীৰ শপতগ্ৰহণ|| ভাৰতীয় মিদিয়াৰ মূঢ়তাক ককৰ্থনা ভূতপূৰ্ব ভুটীয়া প্ৰধান মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 31, 2019 8:44 pm
Tshering-Tobgay Former Bhutan PM Tobgay slams Indian media over photo faux pas

ভুটানৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী চেৰিং তবগে’।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ নতুন চৰকাৰৰ শপতগ্ৰহণত উপস্থিত ভুটীয়া প্ৰধান মন্ত্ৰীৰ ভুল ছবি সম্প্ৰচাৰ কৰাক লৈ ভাৰতীয় সংবাদ মাধ্যমক ককৰ্থনা কৰিছে দেশখনৰ ভূতপূৰ্ব প্ৰধান মন্ত্ৰী চেৰিং তবগে’ই।

“তেওঁলোকৰ প্ৰধান মন্ত্ৰীৰ ছবিক লৈ আন দেশে ভুল কৰা হ’লে ভাৰতীয় মিদিয়া জাঙুৰ খাই উঠিলহেঁতেন। তেওঁলোকে নিজকে অস্বস্তিত পেলাইছে আৰু আমাৰ প্ৰধান মন্ত্ৰীক চিনাৰ ক্ষেত্ৰত আমাক অপমান কৰিছে। ভুটান সৰু হ’ব পাৰে, কিন্তু ই ভাৰতৰ ওচৰ চুবুৰীয়া আৰু অত্যন্ত ঘনিষ্ঠ বন্ধু,” দুটা সংবাদ মাধ্যমৰ বাতৰিৰ স্ক্ৰীন শ্বট জুৰি দি টুইট প্ৰাক্তন প্ৰধান মন্ত্ৰী তবগে’ৰ।

Apply Now

India’s media would be up in arms if any other country got the picture of their PM wrong. Yet they continue to embarrass themselves and insult us when it comes to identifying our PM. Bhutan may be small, but she is India’s close neighbour and a very close friend. pic.twitter.com/AwBHF6WKqQ

— Tshering Tobgay (@tsheringtobgay) May 30, 2019

বৰ্তমানৰ প্ৰধান মন্ত্ৰী ল’তে’ চেৰিঙৰ ছবি বুলি আগৰজনা প্ৰধান মন্ত্ৰী তবগে’ক দেখুৱাইছিল কেইটামান ভাৰতীয় সংবাদ মাধ্যমে।

প্ৰাক্তন প্ৰধান মন্ত্ৰীজনৰ টুইটটোৰ পিছতে বহুহাজাৰ ভাৰতীয় লোকে ঘটনাটোৰ বাবে ভুটানৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছে।

তেওঁৰ টুইটটো সাত হাজাৰতকৈয়ো অধিক লোকে ৰি টুইট কৰাৰ লগতে প্ৰায় চাৰি হাজাৰে শুকুৰবাৰলৈকে কমেণ্ট কৰিছে।

My thanks to the many Indians for the outpouring of support and understanding. Attached is a photo of PM Dr Lotay Tshering for the media’s ready reference.

The pictures used are of former PM (yours truly) and Chief Advisor of Interim Government (Chief Justice Tshering Wangchuk) https://t.co/6efeZPB2RU pic.twitter.com/d8KQVlcNAm

— Tshering Tobgay (@tsheringtobgay) May 30, 2019

ভাৰতীয়সকলৰ ধনাত্মক সঁহাৰিৰ পিছত তেওঁ আন এটা টুইটযোগে সকলোকে ধন্যবাদ জনোৱাৰ লগতে হিমালয়ী দেশখনৰ বৰ্তমান প্ৰধান মন্ত্ৰী ল’তে’ চেৰিঙৰ এখন ছবিও ভাৰতীয় মিদিয়াৰ প্ৰতি ৰাজহুৱা কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd