• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সৰ্বানন্দ মুখ্য মন্ত্ৰী নে পুতলা মুখ্যমন্ত্ৰী মোৰ সন্দেহ হৈছে : তৰুণ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 13, 2019 2:35 pm
028d1896-664e-4561-ba92-3d9193982c10

শনিবাৰে গুৱাহাটীত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুম গগৈৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’সৰ্বানন্দ মুখ্য মন্ত্ৰী হয় নে নহয়, নে পুতলা মুখ্যমন্ত্ৰী মোৰ সন্দেহ হৈছে। তেওঁৰ যদি সৎ সাহস আছে মোৰ সৈতে মুকলি তৰ্কলৈ আহক। মোদীৰ ৫ বছৰ আৰু তেওঁৰ তিনিবছৰত কি কৰিলে হিচাপ দিয়ক।‘’ এই মন্তব্য প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ।

দিচপুৰৰ হোটেল ৰিভিয়াৰাত শনিবাৰে এখন সংবাদমেলত বক্তব্য দাঙি ধৰি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে বিজেপি চৰকাৰ তীব্ৰ সমালোচনা কৰে।

Apply Now

তেওঁ কয়, ‘’২০১৪ চনৰ তুলনাত মোদীৰ আস্থা একেবাৰে হ্ৰাস পাইছে। মোদীৰ আশ্বাস যে মিছা আছিল সেয়া ৰাইজে বুজি পালে।  এই নিৰ্বাচন আটাইতকৈ গুৰুত্বপূৰ্ণ। মোদীয়ে একনায়কত্ববাদ চলাইছে। দেশৰ লাখ লাখ ৰাইজে চকীদাৰ চৌৰ হে বুলি ক’বলৈ আৰম্ভ কৰিছে। আমাৰ যুদ্ধ সাম্প্ৰদায়িকতা নীতিৰ বিৰুদ্ধে।‘’

মোদীয়ে জনসাধাৰণৰ মাজৰ একতা খৰ্ব কৰিব বিচাৰিছে বুলি অভিযোগ কৰি গগৈয়ে লগতে কটাক্ষ কৰি কয় যে চকীদাৰ হোৱাৰ পাছত এই পাৰ্টীৰ বিল্ডিং বেছি হ’ল।

আনহাতে, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আক্ৰমণৰ লক্ষ্য কৰি গগৈয়ে কয়, ‘’আটাইতকৈ দুৰ্নীতিপৰায়ণ হৈছে সৰ্বানন্দ। মই প্ৰত্যাহ্বান জনাইছো, কেনেকৈ ইমান হেলিকপ্তাৰ আৰু চাৰ্টাৰ প্লেন উৰুৱাইছে?’’

গগৈয়ে এক গুৰুতৰ অভিযোগ উত্থাপন কৰি লগতে কয় যে ‘’নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰা এটা এটাকৈ নেতাক কিনিছে? আজি কিয় আন্দোলন হোৱা নাই? আমাৰ দিনত জনজাতিকৰণ নকৰাক লৈ কিমান আন্দোলন হৈছিল এতিয়া কিয় নাই?’’

ইপিনে, ইয়াৰ মূল নায়ক হিমন্ত বিশ্ব শৰ্মা বুলি উল্লেখ কৰি তেওঁ বুৰঞ্জীত কলংকিত হিচাপে থাকি যাব বুলিও গগৈয়ে মন্তব্য কৰে।

আনহাতে, প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে অভিযোগৰ আঙুলি তুলি প্ৰশ্ন কৰে, ‘’৫ বছৰত ৫ খন দলঙৰ এটাও খুটা পুতিব পৰা নাই কিয়?’’ ইয়াৰ চাৰিখন কংগ্ৰেছৰ দিনৰে বুলিও গগৈয়ে দাবী কৰে।

গগৈয়ে এইমছৰ কিমান কাম কৰিলে? বুলি প্ৰশ্ন কৰি মন্তব্য কৰে যে পৰিৱৰ্তন আমি আনিলো, অসমলৈ শান্তি আমি আনিলো, এওঁলোকে কি কৰিলে? অসমৰ পৰা বিশেষ মৰ্য্যদা কাঢ়িহে নিলে।

অসমক অৱজ্ঞা কৰা এনে প্ৰধান মন্ত্ৰী কেতিয়াও দেখা নাই বুলি গগৈয়ে মোডীক তীব্ৰ সমালোচনা কৰে।

অতুল বৰা আৰু কেশৱ মহন্ত অকৃতজ্ঞ বুলি উল্লেখ কৰি এওঁলোকে অসমী আইক বেছিবলৈয়ো কুন্ঠাবোধ নকৰে বুলি গগৈয়ে মন্তব্য কৰে।

গগৈয়ে বিশ্বনাথৰ দৰে উদাহৰণ অসমত আগতে দেখা নাই বুলি কোৱাৰ লগতে  সৰ্বাৰ চকুৰ আগত এনেধৰণৰ ঘটনা ঘটি থকাৰ বাবে সংখ্যালঘুসকলৰ ভয় হৈছে বুলিও মন্তব্য কৰে।

‘’জিলা পৰিষদৰ সদস্য সদস্যাৰ বাবে হায়াৰ ছেকেণ্ডেৰী পাছ লাগিছিল। এই আইন প্ৰযোজ্য কৰিছিল বিজেপিয়ে। কুইন ওজা কেনেকৈ যোগ্য হ’ল লেকসভাৰ বাবে?,’’-গগৈয়ে প্ৰশ্ন কৰে।

আনহাতে, হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি গগৈয়ে কয়, ‘’নেডাৰ আহ্বায়ক হিমন্তই অসমতে নাচি বাগি থাকোতেই গ’ল। বেলেগ ৰাজ্য মেঘালয়, মণিপুৰলৈ এবাৰো দেখোন নগ’লেই প্ৰচাৰৰ বাবে। ২৪ ঘন্টা নাচি থাকিলেও যোৱাবাৰতকৈ এইবাৰ ভোট কমকৈ পাব।‘’

প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে লগতে  আশা ব্যক্ত কৰি কয়, ‘’মোৰ দৃঢ় বিশ্বাস ৰাইজে বিজেপিক এশিকনি দিব। প্ৰথম পৰ্য্যায়ৰ তিনিটা আসন পামেই। ডিব্ৰুগড় আৰু লখিমপুৰত অলপ কমপিটিশ্যন হ’ব।‘’

Tags: নিৰ্বাচন ২০১৯
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

August 26, 2026 2:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd