• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মনমোহন সিঙে কথা কম কয়, কাম বেছি কৰে; মোদীয়ে কথা বেছি কয়, কাম কম কৰে: তৰুণ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 8, 2020 1:40 pm
WhatsApp Image 2020-02-08 at 11.53.06 AM

শনিবাৰে গুৱাহাটীত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মোদীৰ শুকুৰবাৰৰ অসম ভ্ৰমণৰ পাছতেই শনিবাৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে গুৱাহাটীত সংবাদমেল পাতি কেইবাটাও কথা স্পষ্ট কৰে।

গগৈয়ে কয়,’’মোদীয়ে কালি যি ঘোষণা কৰিলে, ইয়াৰ দ্বাৰা প্ৰমাণিত হ’ল অসমৰ প্ৰতি তেওঁৰ দায়বদ্ধতা নাই, তেওঁ কেৱল ঘৰিয়ালৰ চকু পানীহে টুকিলে। উত্তৰ পূবলৈ শান্তি আৰু প্ৰগতি আহিছে বুলি কোৱা কথাটো গোকাট মিছা কথা। কা আনি অসমত অশান্তি আনিছে। আন্দোলনকাৰীক দেশদ্ৰোহী বুলি তেওঁ কব বিচাৰে।‘’

Apply Now

তেওঁ কয় যে মোদীয়ে অসমৰ জুই কুৰা নুমোৱাৰ পৰিবৰ্তে, অসমৰ জনমতক সন্মান জনোৱাৰ পৰিবৰ্তে এই আইনখন অসমত বলবৎ কৰিম বুলিহে কালি ভাষণত ক’লে।

গগৈয়ে কয় যে কা ৰ দ্বাৰা অসম চুক্তিৰ ১৯৭১ চনৰ ২৪ মাৰ্চৰ কথাটো উলংঘা কৰিছে। ৭১’ৰ ২৪ মাৰ্চৰ পাছত অহা সকলক খেদি পঠোৱাৰ ক্ষেত্ৰত আমি সকলো একমত।

‘’প্ৰধান মন্ত্ৰীয়ে এনেদৰে অপ প্ৰচাৰ কৰাটো শোভা নাপায়। অগপৰ দিনত সন্ত্ৰাসবাদ অধিক হৈছিল, অৰ্থনীতি বেয়া আছিল, উন্নয়ন বন্ধ হৈ আছিল। শান্তি উন্নয়নৰ প্ৰক্ৰিয়া আমাৰ দিনত ঘূৰি আহিল। আমি ১০ টা বছৰে যি উন্নয়ন কৰিলোঁ, তাৰ পাছৰ মোদীৰ ৬ বছৰত অসমে কি পালে?,’’-গগৈয়ে প্ৰশ্ন কৰে।

প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘’মোদী চৰকাৰৰ দিনত কি পালোঁ? দুটা কাগজ কল বন্ধ হ’ল, ব্ৰহ্মপুত্ৰ খনন নকৰিলে, যোৱা ৫ বছৰত ৩ লাখ কোটি টকা উত্তৰ পূবলৈ দিয়া বুলি কৈছে, যিটো একেবাৰে সঁচা নহয়। তেওঁ ২,৬৩,৫৯৬কোটি টকহে ধাৰ্য কৰিছিল, মুকলি কৰি দিলে ২,৩০,৬৪৬ টকা। বাকী প্ৰায় ৩২ হাজাৰ কোটি কমাই দিলে। ধাৰ্য কৰা দেখুৱাই কিন্তু মুকলি কমকৈ কৰি দিয়ে।‘’

প্ৰধান মন্ত্ৰীয়ে আহি বড়োলেণ্ডত ১০০০ কোটি দিব বুলি আগতে ঘোষণা কৰিছিল, এতিয়া কিমান পালে? বুলি প্ৰশ্ন কৰি গগৈয়ে কয়,’’ ২০০৩ চনত হোৱা চুক্তিৰ পাছত মোদীৰ মতে বড়োলেণ্ডত শান্তি নাছিল, এই চুক্তি কৰাৰ পাছতহে বড়োলেণ্ডত শান্তি আহিছে বুলি তেওঁ বুজাব বিচাৰিছে। এই চুক্তিৰ ৮০% কাম আমাৰ দিনতে হৈছে। এতিয়া টিনপাত, লিপষ্টিকটোহে বিজেপিয়ে লগাইছে।‘’

আনহাতে, গগৈয়ে ‘’যদি বেছি সংখ্যক লোকেই চুক্তিখন বিৰোধিতা কৰিলে বড়োলেণ্ডলৈ শান্তি আহিব নেকি? মোদীয়ে ভাষণেৰে শান্তি আনিব পাৰিব নেকি?’’বুলিও প্ৰশ্ন কৰে।

তদুপৰি, প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈয়ে কা সন্দৰ্ভত কয়,‘’কা খন উঠাই দিলেহে অসমলৈ শান্তি আহিব, অসমত শান্তি নহ’লে বড়োলেণ্ডত কেনেকৈ শান্তি আহিব? যি সময়ত হিন্দু মুছলমানৰ সংঘাত হৈছিল তেতিয়া নেহৰুৱে নাগৰিকত্ব আইনৰ সমৰ্থন কৰিছিল, এতিয়াটো সেইটো হোৱা নাই।‘’

হাগ্ৰামা আৰু হিমন্ত সম্পৰ্কতো গগৈয়ে মন্তব্য কৰি কয় যে হাগ্ৰামা কোনদিনা কাৰ লগত যায় ঠিকনা নাই। হিমন্তও একে, যিয়ে ক্ষমতাত থাকিব তেওঁলোকৰ লগতে থাকিম বুলি তেওঁ কয়।

মোদীৰ আবেগিক ভাষণ সম্পৰ্কত গগৈয়ে মন্তব্য কৰে, ‘’ভূপেন হাজাৰিকাক গুজৰাটী জোঁৱাই বুলি কয়। তেওঁলোকৰ গুজৰাটী বোৱাৰীয়ে কি ব্যৱহাৰ কৰিলে? হাজৰিকাৰ শহুৰেকৰ ঘৰৰ মানুহে কিমান খবৰ ল’লে? মোদীৰ এই কথা বোৰ শ্বিপ্ হিমন্তই ইয়াৰ পৰা লিখি দিয়ে, তেওঁ দিল্লীত পঢ়ি আহি ইয়াতো গীত গাই দিছেহি, সকলো মুখস্থ বিদ্যা।‘’

প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে তাৎপৰ্যপূৰ্ভাৱে মন্তব্য কৰে ‘’মনমোহন সিঙে কথা কম কয়, কাম বেছি কৰে, মোদীয়ে কথা বেছি কয়, কাম কম কৰে।‘’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

June 14, 2026 2:17 pm
মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

June 14, 2026 11:56 am
বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

June 14, 2026 10:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

June 14, 2026 2:17 pm
মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd