• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দৰকাৰ হ’লে বদৰুদ্দিনকো লগত ল’ম : তৰুণ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 3, 2019 10:17 pm
286b732f-278d-464c-a92b-f52dd1350b1d

শণিবাৰে দিচপুৰত সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইবছৰমান পূৰ্বে ‘হু ইজ বদৰুদ্দিন’ বুলি এআইয়ুডিএফ প্ৰধানক আক্ৰমণ কৰা তথা ‘শত্ৰু জ্ঞান’ কৰা প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ লোকসভা নিৰ্বাচনৰ পাছত অন্তৰ কুমলিছে।

বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থতে এআইয়ুডিএফৰ সমান্তৰালকৈ অন্যান্য ৰাজনৈতিক দলৰ সৈতেও মিত্ৰতা কৰাৰ কথা ঘোষণা কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

Apply Now

‘আমি মিত্ৰতা কৰিব লাগিব। যাৰে লগত নহওঁক, এআইয়ুডিএফৰ লগতো কৰিব লাগিব। এতিয়া মোৰ দৰকাৰ হৈছে মই ল’ম, বদৰুদ্দিনকো ল’ম।‘ শণিবাৰে দিচপুৰৰ মন্ত্ৰী আৱাসত এক সংবাদেল সম্বোধন কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

ইপিনে, আজমলৰ প্ৰশংসাত পঞ্চমুখ হৈ গগৈয়ে কয়, ‘বদৰুদ্দিনক এতিয়া মই তেনেকৈ কিয় ক’ম? তেওঁ তিনিবাৰকৈ সাংসদ হ’ল, এতিয়া হু ইজ বদৰুদ্দিন বুলি ক’লে হ’ব নেকি? তেওঁৰ নিজাকৈ এটা দল আছে, তেনেক্ষেত্ৰত হু ইজ বদৰুদ্দিন ক’লে মানুহে মোক নাহাঁহিব নেকি?’

তদুপৰি, ২০২১ ৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বেই এআইয়ুডিএফৰ সৈতে মিত্ৰতা কৰাৰ স্পষ্ট ইংগিত দি গগৈয়ে কয়, ‘উপ নিৰ্বাচনত মিত্ৰতা নহয়, মই কাইলৈ বা পৰহিলৈ মিত্ৰতা হ’ব বুলি কোৱা নাই। ২০২১ ৰ নিৰ্বাচনৰ সময়তে হ’ব আৰু।‘

‘বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত এআইয়ুডিএফেই কিয়? সকলো ৰাজনৈতিক দলৰ লগতে মই মিত্ৰতা স্থাপন কৰিম।‘ সংবাদমেলত গগৈৰ স্পষ্ট মত।

তাৎপৰ্য্যপূৰ্ণভাৱে, পূৰ্বেও এআইয়ুডিএফৰ লগত মিত্ৰতা সন্দৰ্ভত আলোচনা হোৱাৰ কথা স্বীকাৰ কৰে গগৈয়ে।

‘বদৰুদ্দিনৰ লগত আমাৰ আগতে কথা-বতৰা হৈছিল। কিন্তু আসন ভাগ বতৰাতে কেনা লাগি যায়। বদৰুদ্দিনৰ লগত কংগ্ৰেছে মাজে মাজে কথা পাতে, অগপৰ লগতো পাতিছিলো। যোৱা লোকসভা নিৰ্বাচনত অলপ পাতিছিলো, নপতা নহয়। ছীট শ্বেয়াৰিঙৰ কথা আহি যায়, এইটো নহয় যে এইবাৰহে বদৰুদ্দিন আজমলৰ সৈতে কথা পাতিছো,‘ -গগৈয়ে এইদৰে কয়।

ইপিনে, সঞ্জয় সিঙক অসমৰ পৰা ৰাজ্যসভাৰ প্ৰাৰ্থী দিয়াটো তেওঁৰ একক সিদ্ধান্ত নাছিল বুলি দাবী কৰাৰ লগতে হিমন্ত বিশ্ব তেওঁৰ ‘নয়নৰ মণি’ আছিল বুলিও উল্লেখ কৰে।

গগৈয়ে কয়, ‘আজি যদি মোক কোনোবাই কয় হিমন্তক আপুনি মন্ত্ৰী কৰি ভুল কৰিছে। দিল্লীয়ে মোক কৈছিল হিমন্ত আমাৰ ব্লু আই বয় নাছিল তোমাৰ হে আছিল। হয়, হিমন্ত মোৰ ব্লু আইড বয় আছিল। আজিও মই নাছিল বুলি নকওঁ। ঠিক সেইদৰে কেন্দ্ৰই বিচৰা বাবেহে সঞ্জয় সিঙক প্ৰাৰ্থিত্ব দিছিলো, নিজৰ ইচ্ছা মতেতো দিয়া নাছিলো।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm
এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm
এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd