• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কিয় ৰাজ্য সভালৈ মনোনয়ন গ্ৰহণ কৰিলে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে?

Nenow এন ই নাও নিউজ
গুৱাহাটী , March 17, 2020 6:39 pm

1 min read

ranjan-gogoi2-768x480-1-1140x570

দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ফাইল ফটো

4.2k
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰপতিয়ে ৰাজ্য সভাৰ সদস্যপদৰ বাবে কৰা মনোনয়ন দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে গ্ৰহণ কৰিছে।

প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে কিয় এই সিদ্ধান্ত গ্ৰহণ কৰিলে সেই লৈ সংবাদ মাধ্যমত কিছু বক্তব্য আগবঢ়াইছে।

“মই ইয়াক গ্ৰহণ কৰিছো কাৰণ মোৰ এক দৃঢ় বিশ্বাস আছে যে আইনপালিকা আৰু ন্যায়পালিকাই দেশ নিৰ্মাণৰ বাবে কিছু সময়ত একেলগে কাম কৰিবই লাগিব,” তেওঁ কয়।

ৰাজ্য সভাত তেওঁৰ উপস্থিতি ন্যায়পালিকাৰ দৃষ্টিভংগী আইনপালিকাৰ সন্মুখত প্ৰদৰ্শনৰ এক সুযোগ হ’ব বুলি তেওঁ মন্তব্য কৰে।

প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে অৱশ্যে ৰাজ্য সভাৰ সদস্যৰূপে শপতগ্ৰহণৰ পিছতহে এই বিষয়ে অধিক বিস্তাৰিতভাৱে সদৰী কৰিব বুলি মন্তব্য কৰে।

“প্ৰথমে মোক শপত ল’বলৈ দিয়ক, তাৰ পিছত মই কিয় ইয়াক গ্ৰহণ কৰিলো সেয়া বিস্তাৰিতভাৱে মিডিয়াক জনাম,” তেওঁ কয়।

দেশৰ মুখ্য ন্যায়াধীশৰ আসনত বহা প্ৰথম অসমীয়াগৰাকীয়ে  ২০১৯ চনৰ ১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিছিল।

অৱসৰৰ পূৰ্বে তেওঁৰ অধ্যক্ষতাত গঠিত বিচাৰপীঠে অযোধ্যা ভূমি বিবাদ গোচৰৰ ঐতিহাসিক ৰায়দান কৰিছিল।

Recent News

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

PM Modi

কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে দেশত আনুষ্ঠানিক ভাবে আৰম্ভ কৰিব কোভিডৰ টিকাকৰণ কাৰ্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd