• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাক্তন সতীৰ্থৰ দুৰ্নীতি বিৱৰি আওপকীয়াকৈ নিজৰ কাৰ্য্যকালৰ দুৰ্নীতিক স্বীকাৰ তৰুণ গগৈৰ

“গৌতম ৰয়ৰ বিৰুদ্ধে সমাজ কল্যাণ বিভাগৰ কেলেংকাৰিৰ তদন্ত কৰিছিল; তদন্তত চৰকাৰে কি পালে জনাব লাগে"

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 17, 2019 8:05 pm
Tarun Gogoi_Press MeetAPCC high level meeting

সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। ১৭ আগষ্টত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিলৈ গমনৰ পিছতে প্ৰায় প্ৰতিজন প্ৰাক্তন কংগ্ৰেছী তথা নিজৰ একালৰ সতীৰ্থক গগৈয়ে দুৰ্নীতিগ্ৰস্ত কোৱাটো এটা অভ্যাসত পৰিণত হৈছে।

গেৰুৱা হোৱাৰ পিছতে হিমন্ত বিশ্ব শৰ্মা, ভুৱনেশ্বৰ কলিতা, গৌতম ৰয় আদি দুৰ্নীতিগ্ৰস্ত আছিল বুলি গগৈয়ে সংবাদ মাধ্যমৰ আগত দাবী কৰি আহিছে, যিটো নেতাকেইজন কংগ্ৰেছত থকালৈকে কেতিয়াও কোৱা নাছিল।

Apply Now

ৰাজনৈতিক বিশ্লেষকৰ মতে, গেৰুৱা হোৱাৰ লগে লগে প্ৰাক্তন সতীৰ্থসকলৰ অমুক দুৰ্নীতি, তমুক দুৰ্নীতিত লিপ্ত আছিল বুলি ক’বলৈ গৈ প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈয়ে আওপকীয়াকৈ নিজৰ আমোলত যে প্ৰচুৰ দুৰ্নীতি হৈছিল এই কথাই স্বীকাৰ কৰিছে।

কেৱল সেয়ে নহয়, তেওঁ যে এই কংগ্ৰেছী নেতাসকলে কৰা দুৰ্নীতিৰ বিষয়ে সম্পূৰ্ণ জ্ঞাত আছিল সেয়াও স্পষ্ট হয়।

শেহতীয়া কেইবাখনো সংবাদমেলত গগৈৰ এসময়ৰ সোঁহাত স্বৰূপ হিমন্ত বিশ্ব শৰ্মাক সাৰদা আৰু লুই বাৰ্জাৰ কেলেংকাৰিকে ধৰি অন্য বহু কেইটা কেলেংকাৰিত জড়িত বুলি মন্তব্য কৰি আহিছে।

আজি নিউ মিনিষ্টাৰ কলনিত সম্বোধন কৰা সংবাদমেলত ন-বিজেপি গৌতম ৰয় আৰু ভুৱনেশ্বৰ কলিতাও বিভিন্ন কেলেংকাৰিত জড়িত আছিল বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈয়ে।

“ভুৱনেশ্বৰ কলিতাৰ বিৰুদ্ধে কমনৱেলথ গেমছ কেলেংকাৰিৰ তদন্ত হৈছিল। জড়িত আছিল নে নাই মই নাজানো, কিন্তু তেওঁ অভিযুক্ত আছিল”, সংবাদমেলত গগৈৰ মন্তব্য।

ইপিনে, কংগ্ৰেছৰ আমোলত মন্ত্ৰী হৈ থকা গৌতম ৰয়ো সমাজ কল্যাণ বিভাগৰ কেলেংকাৰিৰ সৈতে জড়িত থকা বুলি গগৈয়ে আওপকীয়াকৈ স্বীকাৰ কৰে।

“গৌতম ৰয়ৰ বিৰুদ্ধে সমাজ কল্যাণ বিভাগৰ কেলেংকাৰিৰ তদন্ত কৰিছিল। তেওঁক জেৰাও কৰিছিল।  কিন্তু এতিয়া আমাক লাগে তদন্তত চৰকাৰে কি পালে? তেওঁক এতিয়া নিৰ্দোষী বুলি চাৰ্টিফিকেট দিলে নেকি?” গগৈৰ প্ৰশ্ন।

তেওঁ এ পি এছ চি কেলেংকাৰিৰ মূল নায়ক বুলিও গৌতম ৰয়ক চিহ্নিত কৰে।

“গৌতম ৰয় গ্ৰেপ্তাৰ হোৱাৰ ভয়তে বিজেপিলৈ যোৱা বুলি মানুহে কয়” বুলি উল্লেখ কৰি গগৈৰ প্ৰশ্ন,- “নহ’লে কি কাৰণত তেওঁ বিজেপিলৈ যাব?”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd