DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

গুজৰাটত মহিলাৰ প্ৰস্ৰাৱগাৰত সোমাল কংগ্ৰেছ নেতা ৰাহুল গান্ধী

এন ই নাও নিউজ by এন ই নাও নিউজ
January 21, 2020 4:59 pm
Rahul Gujrat Story

গুজৰাটত ৰাহুল গান্ধী

64.8k
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে গুজৰাটত মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণেৰে বিজেপি বিৰোধী সভা অনুষ্ঠিত কৰি আহিছে।

চোটা উদেপুৰ জিলাৰ এখন প্ৰচাৰ সভাত ৰাহুল গান্ধীয়ে ভুলবশত মহিলাৰ প্ৰস্ৰাৱগাৰত প্ৰবেশ কৰাৰ পূৰ্বলৈ গুজৰাটত ৰাহুল গান্ধীৰ সভা সমূহ এইবাৰ সমালোচনা মুক্ত আছিল।

ৰাহুল গান্ধীয়ে গুজৰাটৰ চোটা উদেপুৰ জিলাত ‘সংবাদ’ কাৰ্য্যসূচী উপলক্ষে যুৱ সমাজৰ লগত মত বিনিময়ৰ উদ্দেশ্যে উপস্থিত হৈছিল।

অনুষ্ঠানৰ শেষত ৰাহুল গান্ধীয়ে প্ৰস্ৰাৱগাৰলৈ যোৱাৰ সময়ত ভুলতে মহিলাৰ প্ৰস্ৰাৱগাৰত প্ৰৱেশ কৰে।

পৰৱৰ্তী সময়ত ভুল বুজি ৰাহুল গান্ধীয়ে মহিলাৰ প্ৰস্ৰাৱগাৰৰ পৰা ওলাই আহে আৰু পুৰুষৰ প্ৰস্ৰাৱগাৰলৈ যায়।

ৰাহুল গান্ধী ওলাই অহাৰ লগে লগে সভাস্থলীত উপস্থিত ৰাইজৰ মাজত হাহিৰ ৰোল উঠে আৰু সভাত উপস্থিত সংবাদ মাধ্যমে সমগ্ৰ দৃশ্য কেমেৰাত বন্দী কৰি ৰাখে।

উল্লেখযোগ্য যে, এই ক্ষেত্ৰত ৰাহুল গান্ধীৰো কোনো ভুল নাই কাৰণ প্ৰস্ৰাৱগাৰৰ বাহিৰত কোনোধৰণৰ পুৰুষ আৰু মহিলাক বুজোৱাৰ বাবে চিহ্ন ব্যৱহাৰ কৰা হোৱা নাছিল কেবল গুজৰাটী ভাষাতহে পুৰুষ আৰু মহিলা বুলি লিখা আছিল।

ৰাহুল গান্ধীয়ে মহিলাৰ প্ৰস্ৰাৱগাৰত প্ৰবেশ কৰাৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত উপলব্ধ হোৱাৰ পাছতে ই ভাইৰেল হৈ পৰে।

বহু সংখ্যক ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ৰাহুল গান্ধীক সমালোচনা কৰিলেও বহুতে আকৌ প্ৰস্ৰাৱগাৰত পুৰুষ-মহিলাৰ চিহ্ন ব্যৱহাৰ কৰিব লাগে বুলি ৰাহুলৰ সমৰ্থনত ঠিয় দিয়ে।

Recent News

Hair Loss: চুলি সৰা বা চুলিৰ সমস্যাত ভূগিছে নেকি? তেনেহ’লে চাওক কেনেকৈ নিজৰ চুলি যতনাই ৰাখিব পাৰি

Hair Loss: চুলি সৰা বা চুলিৰ সমস্যাত ভূগিছে নেকি? তেনেহ’লে চাওক কেনেকৈ নিজৰ চুলি যতনাই ৰাখিব পাৰি

Russia-Ukraine war: ইউক্ৰেইনত আন এক ভয়ংকৰ মিছাইল আক্ৰমণ ৰাছিয়াৰ; দেশখনৰ ওডেছাত নিহত কমেও ১৯জন

Russia-Ukraine war: ইউক্ৰেইনত আন এক ভয়ংকৰ মিছাইল আক্ৰমণ ৰাছিয়াৰ; দেশখনৰ ওডেছাত নিহত কমেও ১৯জন

Actor Kishore Das passed away: সকলোকে কন্দুৱাই অকালতে গুচি গ’ল জনপ্ৰিয় অভিনেতা কিশোৰ দাস

Actor Kishore Das passed away: সকলোকে কন্দুৱাই অকালতে গুচি গ’ল জনপ্ৰিয় অভিনেতা কিশোৰ দাস

Cotton University: কটনক কলংকিত কৰিলে কোনে? দুই হোষ্টেলৰ মাজত মাৰপিটৰ ঘটনাত আহত কেইবাগৰাকীও ছাত্ৰ

Cotton University: কটনক কলংকিত কৰিলে কোনে? দুই হোষ্টেলৰ মাজত মাৰপিটৰ ঘটনাত আহত কেইবাগৰাকীও ছাত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd