• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুৰ্নীতিৰ গোচৰত প্ৰাক্তন বিত্তমন্ত্ৰীক ৮বছৰৰ কাৰাদণ্ড বিহিলে আদালতে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 5, 2020 9:39 am

1 min read

9a0a6602da8462ca5b7b4c21ab545fcc

কাৰ্ল-হেইঞ্জ গ্ৰাছাৰ।

2.8k
VIEWS
Share on FacebookShare on Twitter

সকলো দেশতে আইন থাকে। সেই আইনৰ প্ৰকৃত ৰূপায়ন হ’লে নাইবা প্ৰকৃত ন্যায় বিচাৰ হ’লে কোনো ব্যক্তিয়েই অপৰাধ কৰি সাৰি যাব নোৱাৰে।

দুৰ্নীতিৰ গোচৰত অষ্ট্ৰিয়াৰ প্ৰাক্তন বিত্তমন্ত্ৰী কাৰ্ল-হেইঞ্জ গ্ৰাছাৰক দেশখনৰ এখন আদালতে ৮বছৰৰ কাৰাদণ্ড বিহিছে।

মালিকানাধীন সহস্ৰাধিক এপাৰ্টমেন্ট বিক্ৰীৰ চুক্তিত উৎকোচ লোৱা ভুৱা তথ্য দিয়াৰ প্ৰমান পোৱা গ্ৰাছাৰৰ বিৰুদ্ধে শুকুৰবাৰে ভিয়েনাৰ এখন আদালতে এই ৰায় প্ৰদান কৰে।

বিবিচিৰ বাতৰি অনুসৰি, আদালতে কয় যে গ্ৰাছাৰে প্ৰায় ৯ মিলিয়ন ডলাৰৰো অধিক কেলেংকাৰিৰ সৈতে জড়িত আছিল।

বাতৰিটোত এই ৰায়ৰ বিৰুদ্ধে গ্ৰাছাৰে আবেদন কৰিব বুলি কোৱা হৈছে।

উল্লেখ্য যে ২০০০চনত দেশখনৰ ইতিহাসৰ আটাইতকৈ কনিষ্ঠ বিত্তমন্ত্ৰী হিচাপে অধিষ্ঠিত হৈছিল।

গোচৰটোত মুঠ ১৬জন ব্যক্তিক অভিযুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত কোনোবা ধন সৰবৰাহ, কোনোবা জালিয়াতিৰ সৈতে জড়িত আছিল।

Recent News

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd