DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, March 23, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুম্বাইৰ ৫০০০ লোকক খাদ্য সামগ্ৰী যোগান ধৰিব শচীন টেণ্ডুলকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 10, 2020 9:25 pm
Sachin 10dulkar

শচীন টেণ্ডুলকাৰ

950
VIEWS
Share on FacebookShare on Twitter

ল’কডাউনৰ সময়ত জন্মস্থান মুম্বাইৰ লোক সকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে ক্ৰিকেটৰ জীৱন্ত কিংবদন্তি শচীন টেণ্ডুলকাৰ।

শচীন টেণ্ডুলকাৰে আপনালয় নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত মুম্বাইৰ শিৱাজী নগৰৰ ৫০০০ গৰাকী লোকৰ এমাহৰ খোৱাৰ খৰছ বহন কৰিব।

জানিব পৰা মতে, শচীনে স্বেচ্ছাসেৱী সংগঠনটোক আৰ্থিক সহযোগিতা আগবঢ়াব আৰু স্বেচ্ছাসেৱী সংগঠনটোৱে শচীনৰ আৰ্থিক সহযোগিতাৰে লোক সমূহৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিব।

ইয়াৰ পূৰ্বেও ভাৰতীয় দলৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ গৰাকীয়ে প্ৰধান মন্ত্ৰী সাহায্য পুজি আৰু মহাৰাষ্ট্ৰ চৰকাৰলৈ ৫০ লাখ টকাৰ সাহায্য আগবাঢ়াইছিল।

শচীন টেণ্ডুলকাৰৰ উপৰিও সুনীল মনোহৰ গাভাস্কাৰ, যুৱৰাজ সিং, সুৰেশ ৰাইনা, ৰোহিত শৰ্মা, গৌতম গম্ভীৰ, মহেন্দ্ৰ সিং ধোনী, বিৰাট কোহলী আদি ভাৰতীয় দলৰ প্ৰাক্তন আৰু বৰ্তমানৰ ক্ৰিকেটাৰে ক’ৰ’নাৰ বিৰুদ্ধে যুঁজাৰ বাবে চৰকাৰলৈ সাহায্য আগবঢ়াইছে।

Tags: COVID-19

Recent News

India vs Australia

গৃহভূমিত আত্মসমৰ্পণ ভাৰতৰ: দুৰন্ত প্ৰত্যাৱৰ্তনেৰে শৃংখলা দখল অষ্ট্ৰেলিয়াৰ

Kaziranga

কাজিৰঙাত ‘গজ উৎসৱ’: দুদিনৰ বাবে বন্ধ থাকিব হাতী আৰু জীপ ছাফাৰী

Supreme Court on Criminalisation Of Marital Rape

অপৰাধমূলক কাৰ্য হিচাপে বিবেচিত হ’বনে বৈবাহিক ধৰ্ষণ: ৯ মে’ত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

India vs Australia

চেন্নাইৰ চিদাম্বৰমত শৃংখলা দখলৰ যুঁজ: ভাৰতৰ সমুখত ২৭০ ৰানৰ লক্ষ্য বান্ধি দিলে অষ্ট্ৰেলিয়াই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd