• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছতকৈ জাতি ডাঙৰ; বিজেপি মুখে বৰাক সম্ৰাট গৌতম ৰয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
January 19, 2019 4:30 pm
gautam roy

গৌতম ৰয়। সৌজন্য: northeasttoday.in

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিন্দু ধৰ্ম আৰু বাঙালী জাতিৰ বিৰুদ্ধে যাব নোৱাৰে বুলি ঘোষণা কৰি পুত্ৰ ৰাহুল ৰয়ে শনিবাৰে কংগ্ৰেছ ত্যাগ কৰাৰ পিছত একে পথৰে পথিক হৈ বিজেপি গমনৰ যো-জা চলাইছে বৰাক সম্ৰাট গৌতম ৰয়ে।

এসময়ৰ হাইলাকান্দিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰীজনে আসন্ন লোকসভা নিৰ্বাচনত গেৰুৱা দলটোৰ হৈ কৰিমগঞ্জ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ মন মেলিছে, এক সূত্ৰৰ দাবী।

Apply Now

বিজেপিৰ নেতা-কৰ্মীসকলে ৰয়ক দলত বিচৰা নাই। কিন্তু প্ৰায় ৬০ শতাংশ মুছলমান ভোট থকা কৰিমগঞ্জ সমষ্টি দখলৰ বাবে বিজেপিক প্ৰয়োজন এজন শক্তিশালী নেতাৰ— যি মুছলমানৰো বিশ্বাসভাজন। আৰু বৰাক সম্ৰাট গৌতম ৰয়তকৈ তাৰ বাবে উপযুক্ত কোন হ’ব পাৰে?

লগতে পঢ়ক– বিধেয়ক বিৰোধিতাৰ বাবে দলে দিয়া নিৰ্দেশ অমান্য কৰি কংগ্ৰেছ ত্যাগ ৰাহুল ৰয়ৰ

নাগৰিকত্ব বিধেয়কক লৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনমত বিজেপি বিৰোধী হ’বলৈ ধৰাৰ পৰিপ্ৰেক্ষিতত আসন্ন লোকসভা নিৰ্বাচনত বৰাকৰ দুই সমষ্টি কৰিমগঞ্জ আৰু শিলচৰ হেৰুৱাব নোখোজা গেৰুৱা দলটো বিজয়ৰ বিনিময়ত যিকোনো সিদ্ধান্ত গ্ৰহণৰ বাবে প্ৰস্তুত।

সমষ্টিটোৰ বৰ্তমানৰ সাংসদ এ আই ইউ দি এফৰ ৰাধেশ্যাম বিশ্বাস। বদৰুদ্দিন আজমলৰ দলৰ হোৱা সূত্ৰে স্বাভাৱিকতেই সমষ্টিটোৰ মুছলমান ভোটাৰৰ বিশ্বাস পাবলৈ সক্ষম হৈছিল সাংসদজন।

বিশ্বাস নিজে হিন্দু হোৱা বাবে একাংশ হিন্দু ভোটো তেওঁৰ বাবে নিশ্চিত হৈছিল।

হাইলাকান্দিৰ বিধায়ক হৈ থকা সূত্ৰে অঞ্চলটোত অত্যন্ত প্ৰভাৱশালী সন্তোষ মোহন দেৱৰ পিছত এসময়ত বৰাকৰ নেতা বুলিলে অসমৰ মানুহৰ একমাত্ৰ চিনাকী মুখ প্ৰাক্তন মন্ত্ৰী ৰয়। হাইলাকান্দিকে ধৰি কৰিমগঞ্জ উত্তৰ আৰু দক্ষিণ, পাথাৰকান্দি, ৰাতাবাৰী, বদৰপুৰ, কাটলিচেৰা আৰু আলগাপুৰ বিধান সভা সমষ্টিক লৈ লোকসভা সমষ্টিটো গঠিত হৈছে।

আন এক সূত্ৰৰ মতে বিজেপি গমনে ৰয়ক আন এটা ক্ষেত্ৰটো সহায় কৰিব পাৰে। অসম কঁপোৱা এ পি এছ চিৰ তদন্তত ৰয়ক এবাৰ অসম আৰক্ষীয়ে এবাৰ সোধ-পোচ কৰিছিল। ৰাকেশ পাল গৌতম ৰয়ৰ যোগেদিয়েই কংগ্ৰেছ আমোলত ক্ষমতাশালী হোৱা বুলি জনাজাত।

সোণোৱাল চৰকাৰ অহাৰ পিছত সমাজ কল্যাণ বিভাগৰ দুৰ্নীতিৰ তদন্তটো ৰয় ভিজিলেন্সৰ জেৰাৰ সন্মুখীন হ’ব লগা হৈছিল।

তদন্তৰ বৰ্তমান পৰ্য্যায় জনা নাযায়। কিন্তু শাসকীয় বিজেপি গমন ৰয়ৰ বাবে এইক্ষেত্ৰত সকাহদায়ক হ’ব বুলিয়ে ধাৰণা কৰিছে একাংশই।

নিৰ্বাচনী ৰাজনীতিত সকলো সম্ভৱ!

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd