• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১২২ কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ নিউ ইণ্ডিয়া সমবায় বেংকৰ প্ৰাক্তন মেনেজাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 16, 2025 8:29 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ৰিজাৰ্ভ বেংকে ৪৮ ঘন্টা পূৰ্বে বেংকটোৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। সেই বেংকৰ পৰা গ্ৰাহকে এটকাও উলিয়াব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়া হৈছিল। কিন্তু শেহতীয়াকৈ মুম্বাইৰ নিউ ইণ্ডিয়া বেংকৰ প্ৰাক্তন জেনেৰেল মেনেজাৰগৰাকীক বৃহৎ আৰ্থিক জালিয়াতিৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি, প্ৰাক্তন জেনেৰেল মেনেজাৰ হিতেশ প্ৰবীণ মেহতাৰ বিৰুদ্ধে বেংকৰ পৰা ১২২ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে গোৰেগাঁও আৰু দাদৰ শাখাৰ দায়িত্বত আছিল তেওঁ। অভিযোগ কৰা হৈছে যে সেই সময়ত তেওঁ শাখা দুটাৰ একাউণ্টৰ পৰা বিপুল পৰিমাণৰ ধন উলিয়াইছিল।

Apply Now

এই জালিয়াতি ২০২০ চনৰ পৰা ২০২৫ চনৰ ভিতৰত সংঘটিত হৈছিল। আৰক্ষীয়ে সন্দেহ কৰিছে যে হিতেশ প্ৰবীণৰ বাহিৰে আন এজন ব্যক্তি এই প্ৰৱঞ্চনাৰ সৈতে জড়িত। দাদৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩১৬ (৫) আৰু ৬১ (২) ধাৰাত গোচৰ ৰুজু কৰিছে। ইতিমধ্যে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে অৰ্থনৈতিক অপৰাধ শাখাই। ইমান বৃহৎ প্ৰৱঞ্চনা কেনেকৈ সংঘটিত হৈছিল আৰু ইয়াৰ লগত কোন জড়িত আছিল সেই বিষয়ে জানিবলৈ কাম চলি আছে।

ইয়াৰ পূৰ্বে ১৩ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে ৰিজাৰ্ভ বেংকে বেংকটোত সংঘটিত অনিয়মৰ বাবে নিউ ইণ্ডিয়া সমবায় বেংকৰ কাম-কাজত কেইবাটাও বাধা আৰোপ কৰিছিল। আৰবিআইৰ এনে অৰ্ডাৰৰ পাছত নিউ ইণ্ডিয়া সমবায় বেংকে গ্ৰাহকক কোনো ধৰণৰ ঋণ দিব নোৱাৰিব আৰু গ্ৰাহকৰ পৰা জমা ধন গ্ৰহণ কৰিব নোৱাৰিব।

২০২৪ চনৰ মাৰ্চ পৰ্যন্ত এই বেংকত জমা আছিল ২৪৩৬ কোটি টকা। ফিক্সড ডিপ’জিট বীমা আঁচনিৰ অধীনত জমাকাৰীয়ে ৫ লাখ টকা পৰ্যন্ত বীমা দাবী কৰাৰ অধিকাৰ আছে। এই সন্দৰ্ভত জমাকাৰীসকলক বেংকত আবেদন কৰিবলৈ কোৱা হৈছে।

নিউ সমবায় বেংকৰ শাখা মুম্বাইৰ আন্ধেৰী, বান্দ্ৰা, বৰিভালি, চেম্বুৰ, ঘাটকোপাৰ, গিৰগাঁও, গোৰেগাঁও, নৰিমান পইণ্ট, কান্দিৱলী, মালাড, মুলুণ্ড, চান্টা ক্ৰুজ আৰু ভাৰ্চোভাত আছে। মুম্বাইৰ উপৰিও এই বেংকৰ শাখা নৱী মুম্বাই, থানে, পালঘৰ, পুনে আৰু চুৰাটত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm
উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

July 6, 2026 7:49 pm
পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

July 6, 2026 7:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd