• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সূৰ্য্যকুমাৰ যাদৱক নিউজিলেণ্ডৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলাৰ বাবে আমন্ত্ৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 30, 2020 12:05 pm
সূৰ্য্যকুমাৰ যাদৱ, উৎস-ইণ্টাৰনেট

সূৰ্য্যকুমাৰ যাদৱ, উৎস-ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিউজিলেণ্ডৰ প্ৰাক্তন অলৰাউণ্ডাৰ স্কট ষ্টাইৰিছে সূৰ্য্যকুমাৰ যাদৱক অষ্ট্ৰেলিয়াগামী ভাৰতীয় দলত স্থান নিদিয়া বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডক সমালোচনা কৰে।

ষ্টাইৰিছে সূৰ্য্যকুমাৰ যাদৱে যদিহে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিবলৈ বিচাৰে তেওঁক নিউজিলেণ্ডৰ হৈ খেলাৰ বাবে কয়।

Apply Now

‘‘যদিহে সূৰ্য্যকুমাৰ যাদৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিবলৈ সুবিধা পোৱা নাই তেওঁ নিউজিলেণ্ডলৈ আহিব পাৰে,’’ ষ্টাইৰিছে লগতে কয়।

উল্লেখযোগ্য যে, অষ্ট্ৰেলিয়াগামী ভাৰতীয় দলত সূৰ্য্যকুমাৰ যাদৱে স্থান লাভ নকৰাৰ এদিন পাছতে আই পি এলত ৰোয়েল চেলেঞ্জাৰ বাংগালোৰৰ বিৰুদ্ধে খেলা এখন খেলত যাদৱে নিজ দল মুম্বাই ইণ্ডিয়ানছৰ হৈ দৰ্শনীয় প্ৰদৰ্শনেৰে দলক বিজয়ী কৰাইছিল।

ভাৰতৰ প্ৰাক্তন তাৰকা অফস্পীনাৰ হৰভজন সিঙৰ লগতে বীৰেন্দ্ৰ ছেহৱাগেও যাদৱক ভাৰতীয় দলত স্থান নিদিয়াত দল নিৰ্বাচক সমিতিক সমালোচনা কৰে।

‘‘মই নাজানো সূৰ্য্যকুমাৰ যাদৱে ভাৰতীয় দলত স্থান লাভ কৰিবলৈ কি কৰিব লাগিব?…..তেওঁ ক্ৰমাগতভাৱে আই পি এল আৰু ঘৰুৱা ক্ৰিকেটত ৰান সংগ্ৰহ কৰি আছে……ৰেকৰ্ড উঠাই চাব পাৰে,’’ হৰভজন সিঙে এইদৰে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০২৬ৰ অসম বিধানসভা নিৰ্বাচনত EVMৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন তোলা PIL পৰীক্ষা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

২০২৬ৰ অসম বিধানসভা নিৰ্বাচনত EVMৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন তোলা PIL পৰীক্ষা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

September 19, 2026 10:29 am
হত্যাৰ পুৰণি গোচৰত গ্ৰেপ্তাৰ নন্দীগ্ৰাম উপ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী; মমতা বেনাৰ্জীয়েও দিছিল সমৰ্থন

হত্যাৰ পুৰণি গোচৰত গ্ৰেপ্তাৰ নন্দীগ্ৰাম উপ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী; মমতা বেনাৰ্জীয়েও দিছিল সমৰ্থন

September 19, 2026 9:00 am
প্ৰথম পত্নীৰ সৈতে যোগাযোগৰ বাবে স্বামীক হত্যা; প্ৰেমিকসহ গ্ৰেপ্তাৰ মহিলা

প্ৰথম পত্নীৰ সৈতে যোগাযোগৰ বাবে স্বামীক হত্যা; প্ৰেমিকসহ গ্ৰেপ্তাৰ মহিলা

September 19, 2026 8:08 am
উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০২৬ৰ অসম বিধানসভা নিৰ্বাচনত EVMৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন তোলা PIL পৰীক্ষা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

২০২৬ৰ অসম বিধানসভা নিৰ্বাচনত EVMৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন তোলা PIL পৰীক্ষা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

September 19, 2026 10:29 am
হত্যাৰ পুৰণি গোচৰত গ্ৰেপ্তাৰ নন্দীগ্ৰাম উপ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী; মমতা বেনাৰ্জীয়েও দিছিল সমৰ্থন

হত্যাৰ পুৰণি গোচৰত গ্ৰেপ্তাৰ নন্দীগ্ৰাম উপ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী; মমতা বেনাৰ্জীয়েও দিছিল সমৰ্থন

September 19, 2026 9:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd