DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

যদি ভাৰতে পাকিস্তানৰ বাবে ১০,০০০ ভেণ্টিলেটৰ নিৰ্মাণ কৰে পাকিস্তানে চিৰদিন ভাৰতৰ ওচৰত কৃতজ্ঞ হৈ থাকিব : ছোৱেইব আখতাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 9, 2020 7:48 am
Akhtar

ছোৱেইব আখতাৰ, উৎস-ইণ্টাৰনেট

50.4k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানো বৰ্তমান সময়ত ক’ৰ’না ভাইৰাছত জৰ্জৰিত হৈ পৰিছে।

পাকিস্তানত ক’ৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়তে প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ তথা বেগী বলাৰ ছোৱেইব আখতাৰে এই ক্ষেত্ৰত ভাৰত আৰু পাকিস্তানক একেলগে আগবাঢ়ি আহিবলৈ আহ্বান জনায় পৰস্পৰে পৰস্পৰক সহায় কৰিবলৈ কয়।

‘‘যদি ভাৰতে পাকিস্তানৰ বাবে ১০,০০০ ভেণ্টিলেটৰ প্ৰস্তুত কৰে তেনেহ’লে পাকিস্তানে ভাৰতৰ এই মহানুভৱতা চিৰদিন স্মৰণ কৰিব,’’ আখাতাৰে কয়।

আনহাতে, ছোৱেইব আখতাৰে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ হ্ৰাস পোৱাৰ পাছত ক’ৰ’না সাহায্য পুজিৰ বাবে ভাৰত-পাকিস্তানৰ মাজত তিনিখন ম্যেচৰ এদিনীয়া শৃংখলা অনুষ্ঠিত কৰাৰো পোষকতা কৰে।

তদুপৰি, ছোৱেইব আখতাৰে ভাৰতীয় ক্ৰিকেটাৰ সকলে ক’ৰ’নাৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে দিয়া সাহায্যৰো শলাগ লয়।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰ সময়তে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছাৰ্ক ৰাষ্ট্ৰ সমূহৰ ৰাষ্ট্ৰপ্ৰধান সকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিংঙৰ সহায়ত বৈঠক অনুষ্ঠিত কৰি ক’ৰ’না প্ৰতিৰোধৰ বাবে সকলো ছাৰ্ক ৰাষ্ট্ৰই একেলগে আগবাঢ়ি অহাৰ বাবে অনুৰোধ জনাইছিল।

বৰ্তমান পাকিস্তানত ক’ৰ’না ভাইৰাছত ৪০০০ কৈ অধিক লোক আক্ৰান্ত হৈছে আৰু ৮০ গৰাকীতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে।

Tags: COVID-19

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd